প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে কাইলৈ বাৰাণসী ভ্ৰমণ কৰি শ্রী কাশী বিশ্বনাথ ধাম উদ্বোধন কৰিব


গংগা নদীৰ পাৰত শ্রী কাশী বিশ্বনাথ মন্দিৰত যোগাযোগ ব্যৱস্থা আৰু অধিক সহজ কৰিবলৈ এই প্রকল্পই প্রধানমন্ত্রীৰ সপোন বাস্তবায়িত কৰিব

এই প্রকল্প ৫ লাখ বর্গফুট এলেকা জুৰি বিস্তৃত, আগতে মন্দিৰ চৌহদ কেৱল ৩হাজাৰ বর্গফুট এলেকাতে সীমাবদ্ধ আছিল

২৩টা নতুন ভৱন নিৰ্মাণ হৈছে, যি পুণ্যার্থী আৰু তীর্থযাত্রীসকলক বিভিন্ন সা-সুবিধা প্ৰদান কৰিব;

তিনি শতাধিক সম্পত্তি অধিগ্রহণ কৰাকে ধৰি এই প্রকল্পক গোচৰমুক্ত ৰখাৰ অন্তৰালত মূল চালিকাশক্তি হ’ল সকলোৱে একেলগে কাম কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রীৰ পৰিকল্পনা

৪০টাতকৈ অধিক প্রাচীন মন্দিৰ সংস্কাৰ, উদ্ধাৰ আৰু সুসজ্জিত কৰা হৈছে

Posted On: 12 DEC 2021 3:28PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৩ আৰু ১৪ ডিচেম্বৰ বাৰাণসী ভ্ৰমণ কৰিব৷ কাইলৈ দুপৰীয়া বজাত প্রধানমন্ত্রীয়ে শ্রী কাশী বিশ্বনাথ মন্দিৰলৈ যাব আৰু তাত পূজা র্চনা অংশগ্ৰহণ কৰিবইয়া পাছত তেওঁ প্রায় ৩৩৯ কোটি টকা ব্যয়েৰে নির্মিত শ্রী কাশী বিশ্বনাথ ধাম প্রকল্পৰ প্রথম পর্যায়ৰ উদ্বোধন কৰিব। বাবা বিশ্বনাথ মন্দিৰ দর্শনলৈ অহা পুণ্যার্থী আৰু তীর্থযাত্রীসকল যাতে যান-যঁটৰ মাজেৰে যাতায়াত সমস্যা নপৰে, তাৰ বাবে প্রধানমন্ত্রীয়ে প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷ দীর্ঘ দিনৰি এই পৰিকল্পনা ছিল যে ইয়ালৈ অহা পুণ্যার্থী আৰু তীর্থযাত্রীসকলে পবিত্র গংগা নদীতিকা প্রাচীন পুণ্যাস্নানৰ ৰীতি যাতে সহজে পালন কৰিব পাৰে তাৰবাবেই এই ব্যস্থা। পুণ্যাস্নানৰ সময় গংগাজল সংগ্রহ আৰু মন্দিৰ পুজা দিয়াৰ ক্ষেত্র তীর্থযাত্রী আৰু পুণ্যার্থীসকলৰ সুবিধার্থে এই প্ৰচেষ্টা হাতত লোৱা হৈছে৷ প্রধানমন্ত্রীৰ এই পৰিকল্পনাক বাস্তবায়িত কৰাৰ লক্ষ্যৰে শ্রী কাশী বিশ্বনাথ ধামটা প্রকল্প গ্রহণ কৰা হয়, যাতে গংগা পাৰত শ্রী কাশী বিশ্বনাথ মন্দিৰৰ পৰা সহজে শ্রী কাশী বিশ্বনাথ ধাম যাতায়াত কৰা যায়। উল্লেখ্য যে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০১৯ৰ ৮ মার্চ এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷

 

প্রধানমন্ত্রীয়ে এই প্রকল্পৰ প্রতিটো পর্যায়তে গভীৰ আগ্রহ দেখুৱাই আহিছে তেওঁ নিজে এই প্রকল্পৰ কা নিৰীক্ষণ আৰু নিয়মীয়াকৈ পর্যালোচনা কৰিছে৷ তীর্থযাত্রী আৰু পুণ্যার্থীসকলৰ সুবিধার্থে প্রকল্পৰ মান ন্নয়ন তেওঁ নিয়মীয়াকৈ পৰামর্শ দিছে এই প্রকল্প এনেদৰে প্ৰস্তুত কৰা হৈছে, যাতে বিশেষভাবে সক্ষম ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলো উপকৃত হ পাৰে সেইবাবে আধুনিক সা-সুবিধাৰ লগতেক্সকেলেটৰ স্থাপন কৰা হৈছে।

 

প্রকল্পৰ প্রথম পর্যায় মুঠ ২৩টান উদ্বোধন কৰা হশ্রী কাশী বিশ্বনাথ মন্দিৰ দর্শনলৈ অহা পুণ্যার্থীসকলে এই ভসমূহত বিভিন্ন সা-সুবিধা পাব ইয়া ভিতৰত যাত্রী সুবিধা কেন্দ্র, পর্যটক সহায় কেন্দ্র, বৈদিক কেন্দ্র, মুমুক্ষু ভ, ভোগশালা, সংগ্রহালয়, গেলাৰী, হোটেল আদি উল্লেখযোগ্য৷

 

শ্রী কাশী বিশ্বনাথ মন্দিৰ সংলগ্ন এলেকা এই প্রকল্পৰ বাবে তিনি শতাধিক সম্পত্তি সংগ্রহ আৰু অধিগ্রহণ কৰা হৈছে। সম্পত্তি অধিগ্রহণৰ সময় পাৰস্পৰিক সন্মতিৰ ভিত্তিত প্রধানমন্ত্রীয়ে সকলোৰে সৈতে আগুৱাই যোৱাৰ নীতি অনুসৰণ কৰা হৈছে৷ সেইবাবে প্রায় ১,৪০০ দোকান মালিক, ঘৰৰ মালিক আৰু অন্যান্যসকলক পুন সংস্থাপন দিয়া হৈছে। মন্দিৰ সংলগ্ন এলেকা বিশাল এই সম্পত্তি সংগ্রহ আৰু অধিগ্রহণ প্রক্রিয়া সাফল্য এই বিষয়টোৱে প্রমাণিত কৰে যে সমগ্র উন্নয়ন পৰিকল্পনা যাতে কোনো আদালতে অধিগ্রহণ বা পুনৰ সংস্থাপনক লৈ গোচৰ ৰুজু নহয়।

 

প্ৰকল্পৰ কা-কাজৰ সময় যাতে যাতীয় ঐতিহ্যপূৰ্ণ পৰিকাঠামো সুৰক্ষিত থাকে সেই দিশতো প্রধানমন্ত্রীয়ে আৰম্ভণিৰে পৰাই গুৰুত্ব আৰোপ কৰি আহিছে৷ প্রধানমন্ত্রীৰ এই অগ্রাধিকাৰৰ ফলস্বৰূপে পুৰণি কেতবোৰ সম্পত্তি ভাঙি পেলোৱাৰ সময় ৪০টাতকৈ অধিক প্রাচীন মন্দিৰৰ ভগ্নাৱশেষ পোৱা যায়। এই মন্দিৰসমূহ সুসজ্জিত আৰু সংৰক্ষণ কৰা হৈছে। সেইদৰে প্রকৃত পৰিকাঠামোত যাতে কোনো পৰির্তন নহয়, সেয়াও সুনিশ্চিত কৰা হৈছে।

 

এই প্ৰকল্পৰ ব্যাপকতা ইমানেই যে প্রায় ৫ লাখ বর্গফুট এলেকাজুৰি বিস্তৃত হৈ ছে। আগতে কেল ৩ হাজাৰ বর্গফুটৰ মাজতে সীমাদ্ধ ছিল। কভিড মহামাৰী সত্বেও পূর্ব নির্ধাৰিত সূচী অনুসৰি এই প্ৰকল্পৰ কা সম্পূৰ্ণ কৰা হৈছে।

 

বাৰাণসী ভ্ৰমণৰ সময় প্রধানমন্ত্রীয়ে কাইলৈ সন্ধিয়াবজাত এখন জাহাজত উঠি গংগা আৰতি প্রত্যক্ষ কৰিব। ইয়াপূৰ্বে দুপৰীয়া ১২বজাত তেওঁ কালভৈৰ মন্দিৰ পৰিদর্শন কৰিব৷ ১৪ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত সদগুৰু চাদাফলদেউ বিহংগম যোগ সংস্থাৰ ৯৮সংখ্যক বার্ষিকী অনুষ্ঠান অংশগ্ৰহণ কৰিব৷ দুদিনীয়া এই ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে সম, ৰুণাচল প্রদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, কর্ণাটক, মধ্যপ্রদেশ, মণিপুৰ, ত্রিপুৰা, উত্তৰপ্রদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীসকললগতে বিহাৰ আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্রীসকলক লৈ আয়োজিত এক সন্মিনতো অংশগ্ৰহণ কৰিব৷ প্রশাসনিক কা-কাজ পৰিচালনা কৃষ্ট পন্থা-পদ্ধতিৰ পাৰস্পৰিক বিনিময় আৰু প্রধানমন্ত্রীৰ 'টিম ইণ্ডিয়া' মানসিকতাক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সন্মিনে যথেষ্ট তাপর্য বহন কৰিব৷

***

DS/VJ/AK/DB



(Release ID: 1782562) Visitor Counter : 134