প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ধনতেৰাছ উপলক্ষে জনতাক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 02 NOV 2021 12:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"সমূহ দেশবাসীকে ধনতেৰাছৰ শুভেচ্ছা জনালো।

ধনতেৰাছৰ বিশেষ উপলক্ষত সকলোকে শুভেচ্ছা জনালো।"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1769975) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam