প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্রদেশৰ কুল্লুত মর্মান্তিক অগ্নিকাণ্ডত প্রধানমন্ত্রীৰ শোক প্রকাশ

Posted On: 27 OCT 2021 3:48PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিমাচল প্রদেশৰ কুল্লুত মর্মান্তিক অগ্নিকাণ্ডত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ বাবে গভীৰ দুখ প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে কৈছে, ৰাজ্য চৰকাৰ আৰু স্থানীয় প্রশাসনে পুৰাদমে ত্রাণ আৰু উদ্ধাৰকার্যত যুক্ত হৈছে।

 

এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “হিমাচল প্রদেশৰ কুল্লুত অগ্নিকাণ্ডত অত্যন্ত দুখিত। ঐতিহাসিক মালানা গাঁৱত এই মর্মান্তিক দুর্ঘটনাত নিহতসকলৰ পৰিয়ালৰ প্রতি সমবেদনা জনাইছো। ৰাজ্য চৰকাৰ আৰু স্থানীয় প্রশাসন পুৰাদমে ত্রাণ আৰু উদ্ধাৰৰ কামত যুক্ত হৈছে

 

****

 

DS/SH



(Release ID: 1767164) Visitor Counter : 114