প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ নাগৌৰত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 31 AUG 2021 10:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ নাগৌৰত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰত কয়, “ৰাজস্থানৰ নাগৌৰত সংঘটিত পথ দুৰ্ঘটনাৰ বাবে অতিশয় দুঃখিত হৈছো৷ এই দুৰ্ঘটনাত যিসকলে প্ৰাণ হেৰুৱালে, সেইসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো৷ দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ PM @narendramodi

 

****

DS/SH/DB



(Release ID: 1766835) Visitor Counter : 116