প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মাষ্টমীত জনোৱা শুভেচ্ছাৰ বাবে লতা মংগেশকাৰ জীক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
30 AUG 2021 9:48PM by PIB Guwahati
জন্মাষ্টমীত জনোৱা শুভেচ্ছাৰ বাবে লতা মংগেশকাৰ জীক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। কিংবদন্তী কণ্ঠশিল্পীয়ে তেওঁ গোৱা এটি গুজৰাটী ভজন সম্বলিত কৰি টুইট যোগে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বাণী প্ৰেৰণ কৰিছিল।
ইয়াৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰা আন এক বাৰ্তাত উল্লেখ কৰে,
“আশীৰ্বাদ জনোৱাৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছো @mangeshkarlata দিদি। আপোনালৈয়ো জন্মাষ্টমীৰ বহুত বহুত শুভ কামনা জনালো। আপোনাৰ সুৰাৰোপিত এই ভজন সঁচাকৈয়ে মন্ত্ৰমুগ্ধ দিব পৰা বিধৰ”।
****
DS/AK/KB
(ৰিলিজ আই ডি : 1751326)
অতিথি কক্ষ : 220
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam