প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ ‘শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ’ ৰ প্ৰথম ক’পিটো গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 09 JUL 2021 3:33PM by PIB Guwahati

প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ ৰ প্ৰথম কপিটো গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ ৰ প্ৰথম কপিটো গ্ৰহণ কৰো। গ্ৰন্থখনি আইজিএনচিএয়ে প্ৰকাশ কৰিছে।

আমাৰ মত-বিনিময়ত, প্ৰাজ্ঞ শ্ৰী কেটিএছ তুলসী জীয়ে শিখধৰ্মৰ উদাৰ নীতি সন্দৰ্ভত কয় আৰু তদুপৰি গুৰবানী শবদ পাঠ কৰে। তেওঁৰ ব্যঞ্জনাই মোক চুই যায়। ইয়াত এটা অডিঅ’ আছে।“

***

DS/SH/SB


(रिलीज़ आईडी: 1734484) आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam