স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

प्रविष्टि तिथि: 08 JUL 2021 9:07AM by PIB Guwahati

ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ৩৬.৪৮ কোটি পালি ভেকচিন প্ৰদান

যোৱা ২৪ ঘন্টাত ভাৰতত ৪৫,৮৯২ টা নতুন ঘটনা লাভ

ভাৰতৰ সক্ৰিয় কেছল’ড সম্প্ৰতি ৪,৬০,৭০৪ টা

সক্ৰিয় ঘটনাৰ হাৰ মুঠ ঘটনাৰ ১.৫০%

এতিয়ালৈকে সমগ্ৰ দেশখনত মুঠ ২,৯৮,৪৩,৮২৫ ৰ আৰোগ্য লাভ

যোৱা ২৪ ঘন্টাত ৪৪,২৯১ ৰোগীৰ আৰোগ্য লাভ

আৰোগ্য লাভৰ হাৰ ৯৭.১৮% লৈ বৃদ্ধি

সাপ্তাহিক পজিটিভিটি হাৰ ৫% ৰ নিম্ন হৈ ৰৈছে, সম্প্ৰতি এই হাৰ হৈছে ২.৩৭%

দৈনিক পজিটিভিটি হাৰ হৈছে ২.৪২%, যি একেৰাহে ১৭ দিন ধৰি ৩% ৰ নিম্ন হৈ ৰৈছে

টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে – মুঠ ৪২.৫২ কোটি টেষ্ট সম্পন্ন কৰা হৈছে

****

MV/SB

HFW/COVID States data/8thJuly2021/1


(रिलीज़ आईडी: 1734119) आगंतुक पटल : 340
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam