প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 11 APR 2021 8:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান সমাজ সংস্কাৰক, চিন্তাবিদ, দাৰ্শনিক আৰু লেখক মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

শ্ৰী মোদীয়ে কয় যে মহাত্মা জ্যোতিবা ফুলেই সমগ্ৰ জীৱনজুৰি সদায় মহিলাসকলৰ শিক্ষা আৰু তেওঁলোকৰ সবলীকৰণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল৷

সমাজ সংস্কাৰৰ প্ৰতি তেওঁৰ কৰ্তব্যনিষ্ঠাই ভৱিষ্যৎ প্ৰজন্মক প্ৰেৰণা যোগাব৷

*****

DS/VJ/AK/DB


(रिलीज़ आईडी: 1710973) आगंतुक पटल : 265
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada