প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আয়া বৈকুণ্ড স্বামীকালৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
12 MAR 2021 7:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়া বৈকুণ্ড স্বামীকালৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘মই ১৯ শতিকাৰ মহান চিন্তাবিদ আৰু সমাজ সংস্কাৰক আয়া বৈকুণ্ড স্বামীকালৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ শিক্ষাই সমাজক বিভিন্ন সামাজিক বাধা দূৰ কৰাত সহায় কৰিছে আৰু মানুহক একত্ৰিত কৰাত সহায় কৰিছে। সমতাৰ প্ৰতি তেওঁৰ গুৰুত্বই আমাক প্ৰতিনিয়ত অনুপ্ৰাণিত কৰে।’
****************
DS/VJ/KG
(ৰিলিজ আই ডি : 1704861)
অতিথি কক্ষ : 231
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam