প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জলগাঁৱৰ দুৰ্ঘটনাত পীড়িতসকলৰ প্ৰতি এককালীন সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 FEB 2021 3:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ দুৰ্ঘটনাত পীড়িতসকলৰ প্ৰতি এককালীন সাহায্যত অনুমোদন জনাইছে৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰত কয়, “প্ৰধানমন্ত্ৰী @narendramodiয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ ২লাখ আৰু গুৰুতৰভাৱে আহতসকলৰ প্ৰতি ৫০,০০০কৈ এককালীন সাহায্য আগবঢ়াইছে৷”

***

DS/AK/DB


(रिलीज़ आईडी: 1698342) आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam