স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ টীকাকৰণৰ শেহতীয়া তথ্য- ২৮ দিন

ক’ভিড-১৯ৰ বিৰুদ্ধে ৭৭.৬৬ লাখ হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে

আজি সন্ধিয়া ৬ বজালৈ ২,৬১,৩০৯ গৰাকী হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে

বিগত ২৪ ঘণ্টাত কোনো লোকৰ মৃত্যু হোৱা নাই

Posted On: 12 FEB 2021 8:40PM by PIB Guwahati

আজি পৰ্যন্ত ৭৭.৬৬ লাখ লোকক ক’ভিড-১৯ৰ টীকা প্ৰদান কৰা হৈছে৷ ১,৬৩,৫৮৭ টা ছেছনৰ জৰিয়তে আজি সন্ধিয়া ৬ বজা পৰ্যন্ত ৭৭,৬৬,৩১৯ গৰাকী হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে৷ ইয়াত ৫৮,৬৫,৮১৩ গৰাকী এইচচিডব্লিউ (৫৮.৯%) আৰু ১৯,০০,৫০৬ গৰাকী এফএলডব্লিউ (২১.২%)ও অন্তৰ্ভুক্ত আছে৷

২৮ দিনৰ দিনা সন্ধিয়া ৬ বজালৈ মুঠ ২,৬১,৩০৯ গৰাকী হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে৷

আজি ৩৫খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ক’ভিডৰ টীকা প্ৰদান কৰা হৈছে৷

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ

টীকা প্ৰদান কৰা হিতাধিকাৰী

1

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ

3454

2

অন্ধ্ৰ প্ৰদেশ

3,48,280

3

অৰুণাচল প্ৰদেশ

14,902

4

অসম

1,21,048

5

বিহাৰ

4,51,621

6

চণ্ডীগড়

8017

7

চট্টিশগড়

2,45,114

8

দাদৰা আৰু নগৰ হাভেলী

2890

9

দমন আৰু ডিউ

1095

10

দিল্লী

1,66,725

11

গোৱা

12214

12

গুজৰাট

6,61,508

13

হাৰিয়ানা

1,94,124

14

হিমাচল প্ৰদেশ

72,191

15

জম্মু আৰু কাশ্মীৰ

1,11,470

16

ঝাৰখণ্ড

1,84,568

17

কৰ্ণাটক

4,90,746

18

কেৰালা

3,40,223

19

লাডাখ

2854

20

লাক্ষাদ্বীপ

920

21

মধ্য প্ৰদেশ

5,09,168

22

মহাৰাষ্ট্ৰ

6,33,519

23

মণিপুৰ

18935

24

মেঘালয়

12659

25

মিজোৰাম

11332

26

নাগালেণ্ড

9,073

27

ওড়িশা

3,90,302

28

পুডুচেৰী

5514

29

পাঞ্জাৱ

1,01,298

30

ৰাজস্থান

5,92,412

31

ছিক্কিম

8335

32

তামিলনাডু

2,11,762

33

তেলেংগানা

2,71,754

34

ত্ৰিপুৰা

64,773

35

উত্তৰ প্ৰদেশ

8,31,556

36

উত্তৰাখণ্ড

1,04,052

37

পশ্চিমবংগ

4,70,912

38

মিশ্ৰিত

84,999

মুঠ

77,66,319

১২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭০%ত কৈও অধিক পঞ্জীকৃত এইচচিডব্লিউক টীকা প্ৰদান কৰা হৈছে৷

 

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ

শতাংশ

1.

বিহাৰ

80.2%

2.

ত্ৰিপুৰা

78.8%

3.

মধ্য প্ৰদেশ

75.8%

4.

ওড়িশা

75.7%

5.

উত্তৰাখণ্ড

74.6%

6.

চট্টিশগড়

72.7%

7.

হিমাচল প্ৰদেশ

72.2%

8.

কেৰালা

71%

9.

লাক্ষাদ্বীপ

70.7%

10.

মিজোৰাম

70.5%

11.

ৰাজস্থান

70.2%

12.

ছিক্কিম

70.1%

বিগত ২৪ ঘণ্টাত নতুনকৈ কোনো লোকৰ মৃত্যু হোৱা নাই৷

 

**********

 

MV/SJ/MANN



(Release ID: 1697663) Visitor Counter : 129