স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ টীকাকৰণৰ শেহতীয়া তথ্য- ২৮ দিন
ক’ভিড-১৯ৰ বিৰুদ্ধে ৭৭.৬৬ লাখ হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে আজি সন্ধিয়া ৬ বজালৈ ২,৬১,৩০৯ গৰাকী হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে বিগত ২৪ ঘণ্টাত কোনো লোকৰ মৃত্যু হোৱা নাই
Posted On:
12 FEB 2021 8:40PM by PIB Guwahati
আজি পৰ্যন্ত ৭৭.৬৬ লাখ লোকক ক’ভিড-১৯ৰ টীকা প্ৰদান কৰা হৈছে৷ ১,৬৩,৫৮৭ টা ছেছনৰ জৰিয়তে আজি সন্ধিয়া ৬ বজা পৰ্যন্ত ৭৭,৬৬,৩১৯ গৰাকী হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে৷ ইয়াত ৫৮,৬৫,৮১৩ গৰাকী এইচচিডব্লিউ (৫৮.৯%) আৰু ১৯,০০,৫০৬ গৰাকী এফএলডব্লিউ (২১.২%)ও অন্তৰ্ভুক্ত আছে৷
২৮ দিনৰ দিনা সন্ধিয়া ৬ বজালৈ মুঠ ২,৬১,৩০৯ গৰাকী হিতাধিকাৰীক টীকা প্ৰদান কৰা হৈছে৷
আজি ৩৫খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ক’ভিডৰ টীকা প্ৰদান কৰা হৈছে৷
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ
|
টীকা প্ৰদান কৰা হিতাধিকাৰী
|
1
|
আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ
|
3454
|
2
|
অন্ধ্ৰ প্ৰদেশ
|
3,48,280
|
3
|
অৰুণাচল প্ৰদেশ
|
14,902
|
4
|
অসম
|
1,21,048
|
5
|
বিহাৰ
|
4,51,621
|
6
|
চণ্ডীগড়
|
8017
|
7
|
চট্টিশগড়
|
2,45,114
|
8
|
দাদৰা আৰু নগৰ হাভেলী
|
2890
|
9
|
দমন আৰু ডিউ
|
1095
|
10
|
দিল্লী
|
1,66,725
|
11
|
গোৱা
|
12214
|
12
|
গুজৰাট
|
6,61,508
|
13
|
হাৰিয়ানা
|
1,94,124
|
14
|
হিমাচল প্ৰদেশ
|
72,191
|
15
|
জম্মু আৰু কাশ্মীৰ
|
1,11,470
|
16
|
ঝাৰখণ্ড
|
1,84,568
|
17
|
কৰ্ণাটক
|
4,90,746
|
18
|
কেৰালা
|
3,40,223
|
19
|
লাডাখ
|
2854
|
20
|
লাক্ষাদ্বীপ
|
920
|
21
|
মধ্য প্ৰদেশ
|
5,09,168
|
22
|
মহাৰাষ্ট্ৰ
|
6,33,519
|
23
|
মণিপুৰ
|
18935
|
24
|
মেঘালয়
|
12659
|
25
|
মিজোৰাম
|
11332
|
26
|
নাগালেণ্ড
|
9,073
|
27
|
ওড়িশা
|
3,90,302
|
28
|
পুডুচেৰী
|
5514
|
29
|
পাঞ্জাৱ
|
1,01,298
|
30
|
ৰাজস্থান
|
5,92,412
|
31
|
ছিক্কিম
|
8335
|
32
|
তামিলনাডু
|
2,11,762
|
33
|
তেলেংগানা
|
2,71,754
|
34
|
ত্ৰিপুৰা
|
64,773
|
35
|
উত্তৰ প্ৰদেশ
|
8,31,556
|
36
|
উত্তৰাখণ্ড
|
1,04,052
|
37
|
পশ্চিমবংগ
|
4,70,912
|
38
|
মিশ্ৰিত
|
84,999
|
মুঠ
|
77,66,319
|
১২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭০%ত কৈও অধিক পঞ্জীকৃত এইচচিডব্লিউক টীকা প্ৰদান কৰা হৈছে৷
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ
|
শতাংশ
|
1.
|
বিহাৰ
|
80.2%
|
2.
|
ত্ৰিপুৰা
|
78.8%
|
3.
|
মধ্য প্ৰদেশ
|
75.8%
|
4.
|
ওড়িশা
|
75.7%
|
5.
|
উত্তৰাখণ্ড
|
74.6%
|
6.
|
চট্টিশগড়
|
72.7%
|
7.
|
হিমাচল প্ৰদেশ
|
72.2%
|
8.
|
কেৰালা
|
71%
|
9.
|
লাক্ষাদ্বীপ
|
70.7%
|
10.
|
মিজোৰাম
|
70.5%
|
11.
|
ৰাজস্থান
|
70.2%
|
12.
|
ছিক্কিম
|
70.1%
|
বিগত ২৪ ঘণ্টাত নতুনকৈ কোনো লোকৰ মৃত্যু হোৱা নাই৷
**********
MV/SJ/MANN
(Release ID: 1697663)
|