স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ টিকাকৰণৰ শেহতীয়া তথ্য

সমগ্ৰ দেশত টিকা লোৱা স্বাস্থ্যকৰ্মীৰ মুঠ সংখ্যা ৬.৩১লাখৰো অধিক হৈছে

আজিৰ দিনটোত কোনো ৰাজ্যত টিকাকৰণৰ পাৰ্শ্বৱৰ্তী ক্ৰিয়াজনিত কোনো গুৰুতৰ ঘটনা সংঘটিত হোৱা নাই

Posted On: 19 JAN 2021 7:32PM by PIB Guwahati

দেশজোৰা কভিড-১৯ টিকাকৰণ অভিযান চতুৰ্থটো দিনৰ বাবেও সফলতাৰে সম্পন্ন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰী,২০২১ত টিকাকৰণ অভিযান মুকলি কৰিছিল।

আজি সন্ধিয়া ৬বজা পৰ্যন্ত সমগ্ৰ দেশত ১১,৬৬০টা প্ৰতিষেধক কেন্দ্ৰৰ জৰিয়তে টিকা গ্ৰহণ কৰা স্বাস্থ্যকৰ্মীৰ মুঠ সংখ্যা ৬,৩১,৪১৭ লাখ স্পৰ্শ কৰিছে।

 

ক্ৰমিক সংখ্যা

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

টিকা দিয়া উপভোক্তাৰ সংখ্যা

আন্দামান নিকোবৰ দ্বীপপুঞ্জ

৬৪৪

অন্ধ্ৰ প্ৰদেশ

৫৮,৪৯৫

অৰুণাচল প্ৰদেশ

২,৮০৫

অসম

৭,৪১৮

বিহাৰ

৪২,০৮৫

চণ্ডীগড়

৪৬৯

চট্টীশগড়

১০,৮৭২

দাদৰ আৰু নগৰ হাভেলী

১১৪

দমন আৰু দিউ

৯৪

১০

দিল্লী

১২,৪৪১

১১

গোৱা

৪২৬

১২

গুজৰাট

১৭,৫৮১

১৩

হাৰিয়ানা

২৪,৯৪৪

১৪

হিমাচল প্ৰদেশ

৫,০৪৯

১৫

জম্মু আৰু কাশ্মীৰ

৪,৩৯৫

১৬

ঝাৰখণ্ড

৮,৮২৪

১৭

কৰ্ণাটক

৮০,৬৮৬

১৮

কেৰালা

২৩,৮৫৫

১৯

লাডাখ

১১৯

২০

লক্ষদ্বীপ

৩৬৯

২১

মধ্য প্ৰদেশ

১৮,১৭৪

২২

মহাৰাষ্ট্ৰ

৩০,২৪৭

২৩

মণিপুৰ

১১১১

২৪

মেঘালয়

১০৩৭

২৫

মিজোৰাম

১,০৯১

২৬

নাগালেণ্ড

২,২৮৬

২৭

ওড়িশা

৫৫,১৩৮

২৮

পুডুচেৰী

৭১৯

২৯

পঞ্জাব

৫,৫৬৭

৩০

ৰাজস্থান

৩০,৭৬১

৩১

ছিকিম

৩৫০

৩২

তামিলনাডু

২৫,২৫১

৩৩

তেলেংগণা

৬৯,৪০৫

৩৪

ত্ৰিপুৰা

৩,৭৩৪

৩৫

উত্তৰ প্ৰদেশ

২২,৬৪৪

৩৬

উত্তৰাখণ্ড

৬,১০৭

৩৭

পশ্চিম বংগ

৪২,০৯৩

৩৮

সংমিশ্ৰণ

১৪,০১৭

 

মুঠ

৬,৩১,৪১৭

 

আজি টিকাকৰণ অভিযানৰ চতুৰ্থটো দিনৰ সন্ধিয়া ৬বজালৈ ১,৭৭,৩৬৮ উপভোক্তাই টিকা লাভ কৰে। চূড়ান্ত প্ৰতিবেদন আজি মাজনিশালৈ সম্পূৰ্ণ হৈ উঠিব।

প্ৰতিষেধক গ্ৰহণৰ পিছত পাৰ্শ্বক্ৰিয়াজনিত সমস্যাৰ বাবে মাত্ৰ ৯গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে। ইয়াৰে অধিকাংশ লোক সুস্থ হৈ উঠিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। দুই-এজনক চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে।

****

MV/MS



(Release ID: 1690268) Visitor Counter : 216