প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ষ্টেছ্যু অফ ইউনিটী মসৃণ ৰে’ল যাত্ৰাৰ বাবে ৮খন ৰে’লৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 17 JAN 2021 1:48PM by PIB Guwahati

নমস্কাৰ,

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ এক সুন্দৰ ছবি আজি ইয়াত দৃশ্যমান হৈছে৷ আজি এই কাৰ্যসূচীৰ ৰূপ-স্বৰূপ বহুত বিশাল, ই এক ঐতিহাসিক৷

কেৱাড়িয়াত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী উপস্থিত আছে৷ প্ৰতাপনগৰত গুজৰাট বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদী জী আছে৷ আহমেদাবাদৰ পৰা গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল জী, দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী পীয়ুষ গোৱেল জী, বিদেশ মন্ত্ৰী এছ জয়শংকৰ, ড০ হৰ্ষ বৰ্ধন জী, দিল্লীৰ মুখ্যমন্ত্ৰী ভাই  অৰৱিন্দ কেজৰিৱাল জী মোৰ সৈতে সংযুক্ত হৈছে৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ভাই উদ্ধৱ থাকৰে জীও উপস্থিত আছে৷ বাৰাণসীৰ পৰা উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী আমাৰ সৈতে সংযুক্ত হৈছে৷ তদুপৰি, তামিলনাডুৰ সৈতে অন্যান্য ৰাজ্য চৰকাৰৰ মাননীয় মন্ত্ৰীবৰ্গ, বিধায়কসকলে আজি এই বিশাল কাৰ্যসূচীত আমাৰ সৈতে আছে আৰু আটাইতকৈ সুখৰ কথাটো হৈছে যে আজি আনন্দত থকা চৰ্দাৰ বল্লভ ভাই পেটেল জীৰ বৃহৎ পৰিয়ালৰ বহু সদস্যইও আজি আমাক আশীৰ্বাদ দিয়াৰ বাবে আহিছে৷ আজি কলা জগতৰ বহু জ্যেষ্ঠ শিল্পী, ক্ৰীড়া জগত তাৰকাও ব্যাপক হাৰত এই কাৰ্যসূচীৰ সৈতে জড়িত হৈছে আৰু এই সকলোৰে লগতে আমাক আশীৰ্বাদ দিয়াৰ বাবে অহা দেৱতাসদৃশ আমাৰ জনতা জনাৰ্দন, আমাৰ মৰমৰ ভাই-ভনী, আমাৰ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতিনিধিত্ব কৰা শিশুসকল, আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

ৰে’লৰ ইতিহাস সম্ভৱতঃ প্রথমবাৰলৈনে হৈছে যে একেলগে দেশৰ বিভিন্ন প্রান্তৰ পৰা এটা স্থানলৈ ইমানবোৰ ৰেল শুভাৰম্ভ কৰা হৈছে৷চলতে কেৱাড়িয়া ঠাইখনেই এতিয়া এনেধৰণৰ হৈ ঠিছে। ইয়াৰ পৰিচিতি দেশক 'এক ভাৰত শ্রেষ্ঠ ভাৰত'মন্ত্র প্রদানকাৰী, দেশক ঐক্যবদ্ধ কৰাৰ কৃতিত্ব যাৰ আছে, সেই চৰ্দাৰ পেটেলৰ বিশ্বৰ সর্বোচ্চ মূর্তি ষ্টেছ্যু অফ ইউনিটিৰ সৈতে জড়িত হৈছে। আৰু সংযুক্ত হৈছে চৰ্দাৰ সৰোবৰ বান্ধৰ সৈতে। আজিৰ এই আয়োজন প্রকৃতাৰ্থত ভাৰতক ঐক্যবদ্ধকাৰী ভাৰতীয় ৰে’লৰ দূৰদৃষ্টি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জীনৰ উদ্দেশ্য এই দুয়োটাকে একেলগে সংজ্ঞায়িত কৰিছেআজি মই অতিশয় আনন্দিত যে এই কাৰ্যসূচীত ভিভিৰাজ্যৰ ইমানসংখ্যক জনপ্রতিনিধিয়ে অংশগ্ৰহণ কৰিছেমই আপোনালোক সকলোকে কৃতজ্ঞতা জনাইছো।

আজি কেৱাড়িয়াৰ বাবে ৰাওনা হোৱা সকলো ৰেলৰ ভিতৰত এখন ৰে পুৰাৎচি থালাইভাৰ ড০ এম জি ৰামচন্দ্রন চেণ্ট্ৰেল ৰে’লৱে ষ্টেচনৰ পৰাও আহিছে। এয়া অতি আনন্দৰ কথা যে আজি ভাৰতৰত্ন এমজিআৰৰ জন্ম বাৰ্ষিকী এমজিআৰ ছবি জগতৰ পৰা আৰম্ভ ৰি ৰাজনৈতিক জগতলৈকে জনগণৰ হৃদয়ত স্থান দখলৰিছিল৷ তেওঁৰ জীৱন, তেওঁৰ সমগ্ৰ ৰাজনৈতিক যাত্রা দুখীয়া লোকসকলৰ বাবে সমর্পিতছিল। দুখীয়া লোকসকলে যাতেন্মানজনক জীৱন যাপন কৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ অক্লান্ত পৰিশ্রম কৰি গৈছে৷ ভাৰতৰত্ন এমজিআৰৰ এই আদর্শসমূহ বাস্তবায়িত কৰাৰ বাবে আজি আমি সকলোৱে চেষ্টা কৰিছো৷ বহু বছৰৰ পূৰ্বে দেশত তেওঁৰ সন্মানচেন্নাই চেণ্ট্ৰেল ৰে’লৱে ষ্টেনৰ নাম সলনি কৰি এমজিআৰৰ নাম ৰাখিছে। মই ভাৰতৰত্ন মজিআৰ প্রণাম জনাইছো, তেওঁক শ্রদ্ধাঞ্জলি জনাইছো৷

বন্ধুসকল,

আজি কেৱাড়িয়াক দেশৰ বিভিন্ন ঠাই সৈতে পোনপটীয়া ৰে’ল যোগাযোগৰ জৰিয়তে যুক্ত কৰাৰ এই মুহূর্ত সমগ্ৰ দেশৰ বাবে এক অদ্ভূত মুহূর্ত, আমাৰ প্রত্যেকৰে বাবে গৌৰৱৰ ক্ষণ৷ কিছু সময়ৰ পূৰ্বে চেন্নাইৰ উপৰি বাৰাণসী, ৰিৱা, দাদৰ, দিল্লীৰ পৰা কেৱাড়িয়া এক্সপ্রেছ ৰাওনা হৈছে। আৰু আমেদাবাদৰ পৰা জনশতাব্দী এক্সপ্রেকেৱাড়িয়ালৈ বুলি ৰাওনা হৈছে। একেদৰে কেৱাড়িয়া আৰু প্রতাপনগৰৰ মাজত মেমু সেৱা আৰম্ভ হৈছে। দভৈ-চান্দোৰ ৰে’ললাইন প্রশস্তিকৰণ আৰু চান্দোৰ-কেৱাড়িয়াৰ মাজত নতুন ৰে’ললাইন এতিয়া কেৱাড়িয়াৰ উন্নয়ন যাত্রা নতুন অধ্যাৰ সুচনা কৰিছে৷ আজি এই ভাৰতীয় ৰে’লৰ কাৰ্যসূচীৰ সৈতে জড়িত হৈ কিছু পুৰণি স্মৃতি মনত পৰিছে। অতি কম সংখ্যক মানুহে জানে যে বৰোদাৰু দভৈৰ মাজত আগতে নেৰ’গজ ৰে’ল চলিছিল৷ মই বহুবাৰ পথযাত্ৰা ৰিছো৷ মা নর্মদাৰ প্রতি এটা সময়আমাৰ খুব আকর্ষণ ছিল। মই সুযোগ পালেইহিছিলো৷ জীৱনৰ কেতবোৰ গুৰুত্বপূর্ণ মুহূর্ত মা নর্মদাৰ কোলাত কটাইছো আৰু সেই সময়এই নেৰ’গজ ৰেলত কিমান যে উঠিছিলো৷ এই নেৰ’গজ ট্রেনৰ এটা মজা ছিল যে ইয়া গতি যথেষ্ট কমছিল। যিকোনো স্থানত নামক আৰু পুনৰ যিকোনো ঠাইত উঠক৷ কেতিয়াবা ইয়াৰ সৈতে গৈ গৈ এনেলাগে যে ট্রেইনতকৈ আমাৰ গতি অধিক৷ এই ট্রেইন সৈতে কিমান যে মজা কৰিছো৷ কিন্তু আজি এই পথ ব্রডগজলৈ ৰূপান্তৰিত হৈছে৷ এই ৰে’ল যোগাযোগ ব্যৱস্থাৰ জৰিয়তে আটাইতকৈ বেছি লাভ, যিসকলে ষ্টেছ্যু ইউনিটি চাবলৈ আহিব, সেইসকল পর্যটকৰ। লগতে, এই যোগাযোগ ব্যৱস্থাৰ পৰিবর্তনে কেৱাড়িয়াৰ আদিবাসী ভাই-ভনীসকলৰ জীৱনো সলনি কৰিব৷ এই যোগাযোগ ব্যৱস্থাই সেৱা লগতে কর্মসংস্থা আৰু স্বৰোজগাৰৰ নতুন নতুন সুযোগ লৈ আহিব৷ এই ৰে’ললাইনে মা নর্মদাৰ সমীপৱৰ্তী কৰনালী, পোইচা আৰু গৰুড়েশম্বৰৰ দৰে আধ্যাত্মৰ সৈতে জড়িত গুৰুত্বপূর্ণ স্থানসমূহক যুক্ত কৰিব আৰু কথা সত্য যে সমগ্ৰ অঞ্চল এক প্ৰকাৰ আধ্যাত্মিক স্পন্দনেৰে পৰিপূর্ণ। এই ব্যৱস্থাৰ ফলসাধাৰণতে যিসকলে আধ্যাত্মিক গতিবিধিৰ বাবে ইয়ালৈ হে, তেওঁলোকৰ বাবেতো এক প্ৰকাৰ ডাঙৰ আশীর্বাদী উপহাৰ

ভাই-ভনীসকল,

 

আজি কেৱাড়িয়া গুজৰাটৰ প্রান্তীয় অঞ্চলৰ এটা সৰু ব্লক হৈ থকা নাই৷ এতিয়া কেৱাড়িয়া বিশ্বৰ আটাইতকৈ বিশাল বৃহৎ গন্তব্যস্থান হিচাপে ঠি হিছে। ষ্টেছ্যু অফ ইউনিটী দেখাৰ বাবে এতিয়া ষ্টেছ্যু অফ লিবাট্ৰীতকৈও অধিক পর্যটক আহিছেউদ্বোধনৰ পাছৰে পৰা ইতিমধ্যে প্রায় ৫০লাখ লোকে ষ্টেছ্যু অফ ইউনিটী চাবলৈ আহিছে’ৰোনাৰ মাহবোৰত সকলো বন্ধ হৈ থকাৰ পাছত কৌ যেতিয়া খুলিছে, কেৱাড়িয়াত পর্যটকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ এক সমীক্ষাত অনুমান কৰা হৈছে যে যিদৰে যোগাযোগ ব্যৱস্থা উন্নত হৈছে, ভৱিষ্যতে প্রতিদিনেলাখ লোক কেৱাড়িয়ালৈ আহিবলৈ আৰুম্ভৰিব৷

বন্ধুসকল,

ক্ষুদ্ৰ সুন্দৰী কেৱাড়িয়াকথা প্রমাণ কৰিলে যে সুপৰিকল্পিতভাৱে পৰিৱেশ ৰক্ষা কৰি অর্থনৈতিক উন্নয়ন কৰিব পাৰি৷ ইয়াত এই অনুষ্ঠানউপস্থিত থকা বহু গণ্যমান্য লোকে হয়তো কেতিয়াও কেৱাড়িয়ালৈ অহা নাই৷ কিন্তু মোৰ দৃঢ় বিশ্বাস এবাৰ কেৱাড়িয়াৰ উন্নয়নযাত্রা দেখাৰ পাছত পোনালোকেও দেশৰ এই ক্রমে গুৰুত্বপূর্ণ হৈ উঠা নতুন স্থানটো দেখি গৌৰৱ অনুভৱ কৰিব৷

বন্ধুসকল,

মো মনআছে, যেতিয়া আৰুম্ভণিতে কেৱাড়িয়াক বিশ্বৰ উন্নত পাৰিপাৰ্শ্বিক পর্যটক গন্তব্যস্থল হিচাপে ঢ়ি তোলাৰ কথা উত্থাপন হৈছিল, তেতিয়া বহুতৰ মনত এনে লাগিছিল, এই ভানা সপোনক বাদ দি একো য়। বহুতে কৈছিল এটা সম্ভ নহয়, নোৱাৰে৷কাৰিবলৈ কেইবা দশক লাগিব৷ হয়, এইটো ঠিক যে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ কথাত বহু যুক্তিছিল। কেৱাড়িয়া অহা-যোৱাৰ বাবে কোনো উন্নত পথ নাছিলপথছিল সেপথত ষ্ট্ৰীটলাইট নাছিল, ৰে’ল নাছিল, পর্যটকৰ থকাৰ বাবে উন্নত ব্যৱস্থা নাছিলনিজৰ গ্রামীণ পৰিপ্রেক্ষিত লৈ কেৱাড়িয়া দেশৰ অন্য সৰু গাঁৱ দৰেই ছিল। কিন্তু আজি কেইটামান বছৰতে কেৱাড়িয়াৰ সামগ্ৰিক ছবি সলনি হৈছে। এতিয়া কেৱাড়িয়া পাবলৈ উন্নত পথ আছে, থকাৰ বাবে সমগ্ৰ টেণ্ট চিটী আছে, অন্যান্য সুন্দৰ ব্যৱস্থা আছে, উন্নত মোবাইল যোগাযোগ ব্যৱস্থা আছে, উন্নত হাস্পতাল আছে। কেইদিন পূৰ্বে বিমান সেৱাও আৰুম্ভ হৈছে। আজি একেলগে দেশৰ ইমানবোৰ হৰৰ পৰা ইমানবোৰ ৰে’ল পথ কেৱাড়িয়াৰ সৈতে যুক্ত হৈছে। এই ৰে এতিয়া এফালে 'কমপ্লিট ফেমিলি পেকেজ'ৰূপে সেৱা প্ৰদানৰ বাবে প্রস্তুত হৈছে ষ্টেছ্যু অফ ইউনিটি আৰু চৰ্দাৰ সৰোবৰ বান্ধ অনুপম দৃশ্য, ইয়াৰ বিশালতাৰ অনুভ, আপোনালোকে কেৱাড়িয়া পালেই গম পাব৷ এতিয়া ইয়াত কেইবা শ একৰ বিস্তৃত চৰ্দাৰ পেটেল জুলজিকেল পার্ক আছে, জংঘ ছাফাৰী আছে।ফালে, আয়ুর্বেদ আৰু যোগৰ জৰিয়তে আৰোগ্য সাধন পাৰে আৰু আনফালে পুষ্টি পার্ক আছে। ৰাতিৰ পোহৰত জিলিকা থকা বাগান আছে, দিনত চাবলৈ কেকটা বাগান আৰু পখিলা বাগান আছে। পর্যটকৰ ভ্রমণৰ বাবে 'একতা ক্রুজ' আছে, আনফালে, নতুন অভিযানকাৰীৰ সাহস প্রদর্শনৰ বাবে ৰাটিঙৰ ব্যৱস্থাও আছে। অর্থাৎ, শিশুৰ পৰা আৰম্ভ কৰি যুবক, বৃদ্ধ সকলোৰে বাবে ইয়াত বহুত কিবাকিবি আছে। ক্রমে উন্নতৰ পৰা উন্নততৰ হৈ ঠা পর্যটন ব্যৱস্থাৰ ফলস্থানীয় আদিবাসী যুক-যুতীসকলে কর্মসংস্থা লাভ কৰিছে৷ ইয়া সাধাৰণ জনতা জীৱন দ্রুতগতিতে আধুনিক সেৱা উপলব্ধ হৈছে৷ কোনোবাজন মেনেজাৰ হৈছে, কোনোবাজন কাফেৰ মালিক আৰু বহুতে গাইডৰ কা কৰিছে৷ মোৰ মনৰে যেতিয়া মই জুলজিকেল পার্ক চৰাই বাবে তৈয়াৰ কৰা বিশেষ 'ভিয়াৰি ডোম' চাবলৈ গৈছিলো, তেতিয়া তাত গৰাকী স্থানীয় মহিলা গাইডে ইমান বিস্তৃতভাৱে চৰাইক লৈ মোক কৈছিলে যে মই অবাক হৈ গৈছিলো৷ তদুপৰি, কেৱাড়িয়াৰ স্থানীয় মহিলাসকলে তেওঁলোকৰ হস্তশিল্প বিক্ৰীৰ বাবে প্ৰস্তুত কৰা বিশেষ 'একতা মল'নিজে পোনপটীয়াকৈ পর্যটকক সামগ্ৰী বিক্ৰী ৰিব পাৰিছে৷ মোক কোৱা হৈছে যে কেৱাড়িয়াৰ আদিবাসী গাঁওসমূহত ২০০তকৈ অধিক ঘৰ চিহ্নিত কৰে সেইবোৰ পর্যটকৰ বাবে হোমষ্টে ৰূপে বিকশিত কৰা হৈছে।

ভাই-ভনীসকল,

কেৱাড়িয়াত যি ৰে’ল ষ্টেচন গঢ়ি তোলা হৈছে, তাতো সেৱা লগতে পর্যটনৰ কথাৰ প্ৰতি লক্ষ্য কৰা হৈছে। তাত এক ট্রাইবেল আর্ট গেলাৰী আৰু এক ভিউৱিং গেলাৰী প্ৰস্তুত কৰা হৈছে। এই ভিউৱিং গেলাৰীৰ পৰা পর্যটকসকলে ষ্টেছ্যু অফ ইউনিটী চাব পাৰিব৷

বন্ধুসকল,

ইধৰণৰ নিৰ্ধাৰিত লক্ষ্যৰ প্রচেষ্টাৰ জৰিয়তে ভাৰতীয় ৰে’লত যি পৰির্তি হৈছে তাৰো প্রমাণ ইয়াত পাব৷ ভাৰতীয় ৰে’লৰ পাৰম্পৰিক যাত্রী আৰু মালগাড়ী চলোৱাৰ ভূমিকা পালনৰ লগতে এতিয়া আমাৰ প্রধান পর্যটন আৰু আধ্যাত্মৰ সৈতে জড়িত চার্কিটসমূহক পোনপটীয়াকৈ যোগাযোগ ব্যৱস্থা প্রদান কৰিছে। এতিয়াতো বহু পথত 'ভিষ্টা ডোম' সম্পন্ন ডবাই ভাৰতীয় ৰে’লৰ যাত্রাপথক আৰু অধিক আকর্ষণীয় কৰি তুলিছে। আমেদাবাদ-কেৱাড়িয়া জনশতাব্দী এক্সপ্রেছো সেই ৰেলসমূ অন্যতম যিবোৰত 'ভিষ্টা-ডোম' কোচৰ সেৱা উপলদ্ধ৷

বন্ধুসকল,

বিগত বছৰসমূহত দেশৰে’লৰ আন্তধগাঁথনি আধুনিক ৰূপত গঢ় দিয়াৰ বাবে যিমান কা হৈছে সেয়া অভূতপূর্ব। স্বাধীনতাৰ পাছৰে পৰা আমাৰ ধিকাংশ উদ্যোগ পূর্বৰে’ল ব্যৱস্থাঠিকঠাক কৰিবলৈ বা সংস্কাৰ কৰাতে লাগি আছিল৷ এই সময়নতুন ভানা আৰু নতুন প্রযুক্তিক ইমান অগ্রাধিকাৰ দিয়া হোৱা নাছিল৷ এই দৃষ্টিভংগী পৰির্তন কৰাৰ অতি প্রয়োজনছিল। সেবাবেই বিগত বছৰসমূহ দেশৰে’লৰ সমগ্ৰ ব্যৱস্থাব্যাপক পৰির্তনৰ কাম কৰা হৈছে। এ কামে সচাকৈয়ে বাজেট কম-বেছি, নতুন ৰে ঘোষণা কৰাৰ মাজতে সীমাবদ্ধ নাছিল৷ এ পৰিৱর্তন একেলগে বিভিন্ন ধৰণে কৰা হৈছে। এতিয়া যেনেকৈ কেৱাড়িয়াক ৰে’লপথৰ সৈতে যুক্ত কৰাৰ বাবে এই অভিনপ্রকল্পৰ উদাহৰণ যদি তুলি ধৰি, অলপগতে পোনালোকেটা ভিডিৰ জৰিয়তে দেখিছে যে বিভিন্ন ঋতু পৰিৱর্তনৰ সময় বা ক’ৰোনা মহামাৰীৰ ফলত বিভিন্ন ধৰ বাধা আহিছিল। কিন্তু অভিলেখ সময়কাম সম্পন্ন কৰা হৈছে আৰু যে নতুন নির্মাণ প্রযুক্তি এতিয়া ৰে’ল ব্যৱহাৰ কৰিছে সেয়াক্ষেত্রত যথেষ্ট সহায়ৰিছে। এই সময়ৰ মাজত নতুন নতুন ৰে’লপথৰ পৰা আৰম্ভ ৰি বিভিন্ন দলং নিৰ্মাণ কৰালৈকে নতুন প্রযুক্তিঅগ্রাধিকাৰ দিয়া হৈছে। স্থানীয় পৰ্যায়ত পোৱা কেঁচামাল ব্যৱহাৰ কৰা হৈছে। ছিনেলিঙৰ কাম দ্রুত কৰাৰ বাবে ভাৰ্চুৱে ’ডৰ জৰিয়তে পৰীক্ষা কৰা হৈছে। পূর্বপৰিস্থিতিত এই ধৰৰ প্রতিকূলতা আহিলে প্রায়েই বিভিন্ন প্রকল্প বন্ধ হৈ আছিল৷

বন্ধুসকল,

ডেডিকেটেড ফ্রে কৰিড’ৰ প্রকল্প আমাৰ দেশ আগতে যি নিয়ম-নীতি অনুসৰি চলিছিল সেই ধাৰণাৰ পৰিৱর্তন সাধন কৰা হৈছে।টা উদাহৰণ দিও পূআৰু পশ্চিম ডেডিকেটেড ফ্রে কৰিড’ৰৰ এটা বৃহৎ অংশৰ উদ্বোধন কৰাৰ সুযোগ মই কেইদিন মান পূৰ্বে পাইছিলো৷ দেশৰ বাবে অতি প্রয়োজনীয় এই প্রকল্প ২০০৬-১৪লৈকে অর্থাৎ প্রায় ৮ বছৰ ধৰি কেৱল ফাইলতে আৱদ্ধ আছিল৷ ২০১৪লৈকে ১ কিলোমিটাৰ ৰে’ললাইনো স্থাপন কৰা নাছিল৷ তাৰপাছৰে পৰা কাম আৰম্ভৰি এতিয়া অহা কেইটামান মাহ ভিতৰতে এই ফ্রেট কৰিডৰৰ প্রায় ১,১০০ কিলোমিটাৰ কাম সম্পন্ন হোৱা দিশ গতি কৰিছে।

বন্ধুসকল,

দেশৰে’ল নেটর্ক আধুনিকীকৰণৰ লগতে আজি দেশৰ সেই অঞ্চলসমূহক ৰে’লৰ সৈতে যুক্ত কৰা হৈছে যিবোৰ ইমানদিনে যুক্ত কৰা নাছিল৷ আজি আগতকৈ অধিক দ্ৰুতগতিত পুৰণি ৰে’ল পথসমূহৰ উন্নতিকৰণ আৰু বৈদ্যুতিকীকৰণ কৰা হৈছে। ৰে’ল পথসমূহ দ্রুত গতিসম্পন্ন ৰেল যোৱাৰ উপযোগী কৰি তোলা হৈছে। সেবাবে আজি দেশত ছেমি-হাইস্পী ৰেলোৱা সম্ভব হৈছে। আমি লগতে হাইস্পী ট্ৰে আৰু প্রযুক্তি ৰূপায়ণ দিশত দ্রুতগতিত আগুৱাই গৈছো৷ কাৰ বাবে বাজেট বৃদ্ধি কৰা হৈছে। কেৱলমানেই নহয় ৰে’লক পৰিৱে1শ-অনুকূল কৰাৰ বাবে বহুত কাম কৰা হৈছে। কেৱাড়িয়া ৰে’ল ষ্টেচ ভাৰত প্রথম ইমা ষ্টেচন যি প্ৰতিষ্ঠাৰে পৰা গ্ৰীন বিল্ডিংৰূপে প্ৰশংসা লাভ কৰিছে।

ভাই-ভনীসকল,

ৰে’লক দ্রুতগতিত আধুনিকীকৰণৰ এটা ডাঙৰ কাৰণ ৰে’লৱে মেনুফেকচাৰিং আৰু  ৰে’ল প্রযুক্তিত আত্মনির্ভৰতাৰ দিশত আমাৰ অগ্রাধিকাৰ। বিগত বছৰসমূহত এই  লক্ষ্যৰে যিমান কাম হৈছে তাৰ ফল এতিয়া লাহে লাহেমি দেখিবলৈ পাইছো৷ এতিয়া ভাৱক, আমি যদি ভাৰতহাইৰ্চ পাৱাৰৰ ইলেক্ট্রিক ল’ক’ম’টিভ নিৰ্মাণ নকলো, তেতিয়া’লে কি বিশ্বৰ প্রথম ডবল ষ্টেক লং হল কণ্টেইনাৰ ভাৰতত চলাব পাৰিলোহেতেন৷ আজি ভাৰততে এটাৰ পাছত ন এটা অধিক সুবিধাসম্পন্ন আধুনিক ৰেলে ভাৰতীয় ৰে’লৰ গৌৰৱ বৃদ্ধি কৰিছে।

ভাই-ভনীসকল,

আজি যেতিয়া ভাৰতীয় ৰে’লৰ উন্নীতকৰণ জৰিয়তে আমি আগুৱাই গৈছো, তেনে অৱস্থাত অতি দক্ষতাসম্পন্ন বিশেষজ্ঞ মানসম্পদ আৰু পেশাদাৰীসকল বহুত প্রয়োজন অনুভ হৈছে।দোদৰা ভাৰতৰ প্রথম ডিমড ৰে’লৱে বিশ্ববিদ্যালয় স্থাপনৰ অন্তৰালতো এই উদ্দেশ্যই নিহিত হৈ আছে৷ ৰে’লৰ বাবে এই ৰণৰ উচ্চশিক্ষা প্রতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্রভাৰত বিশ্বৰ অগ্রণী দেশসমূহৰ মাজত অন্যতম স্থান দখল কৰিছে। ৰে’ল পৰিৱহণ ব্যৱস্থাৰ পৰা আৰম্ভ ৰি মাল্টি-ডিচিপ্লিনেৰী ৰিছার্চ, প্রশিক্ষণ, সকলো প্রকাৰআধুনিক সেৱা আদি এই শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। ২০খন ৰাজ্যৰ কেইবাশ মেধাৱী যুৱকে ভাৰতীয় ৰে’লৰ বর্তমান আৰু ভৱিষ্যতক উন্নত কৰি তুলিবলৈ ইয়াত শিক্ষা লৈছে৷ ইয়াত সংশ্লিষ্ট বিভিন্নধৰণৰ উদ্ভা আৰু গৱেষণাৰ জৰিয়তে ভাৰতীয় ৰে’লক অত্যাধুনিক কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ৰে’ল ভাৰতৰ উন্নয়নৰ ট্ৰেকক যাতে গতি প্রদান কৰি থাকে এই কামনাৰে পুনৰবাৰ গুজৰাটসহ সমগ্ৰ দেশবাসীক এই নতুন ৰে’ল সেৱা বাবে বহুত বহুত শুভেচ্ছা জনাইছো চৰ্দাৰ চাহাবক প্ৰনাম জনাইছো, তেওঁ 'এক ভাৰত শ্রেষ্ঠ ভাৰত'ৰ যি সপোন তেওঁ দেখিছিলে, যেতিয়া ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা মানুহ আহি এই ষ্টেছ্যু অফ ইউনিটিপবিত্র ভূমিত দেশৰ বিভিন্ন ভাষা, বিভিন্ন সাজপাৰ মানু যাতায়াত বৃদ্ধি পাব, তেতিয়া দেশৰ ঐক্যৰ সেই দৃশ্য এক প্রকাৰ এই ক্ষুদ্ৰ ভাৰতআমি দেখিবলৈ পা

আজি কেৱাড়িয়াৰ বাবে এটা বৃহৎ বিশেষ দিন। দেশৰ ঐক্য আৰু অখণ্ডতাক উন্নত কৰাৰ যি প্রচেষ্টা নিয়মীয়াকৈ লিছে ইয়া জৰিয়তে ইয়াত এক নতুন অধ্যায় সংযোজিত হৈছে। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

বহুত বহুত ধন্যবাদ!

***

DS/SH/AV/DB



(Release ID: 1689881) Visitor Counter : 112