ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষা, ২০২০: ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়

২০২০ চনত এমএছএমই খণ্ডত বহু যুগান্তকাৰী প্ৰচেষ্টা গ্ৰহণ কৰিছে

Posted On: 31 DEC 2020 2:53PM by PIB Guwahati

বৰ্ষান্ত সমীক্ষা, ২০২০

ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ২০২০ চনত বহু যুগান্তকাৰী প্ৰচেষ্টা হাতত লৈছে। সেইবোৰৰ ভিতৰত বিভিন্ন সংস্থাক মূলধন যোগান ধৰাৰ বাবে বিশেষ পূঁজিৰ ব্যস্থা কৰা ক্ষুদ্র, লঘূ আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা পৰির্তন কৰা, তথ্য প্রযুক্তিভিত্তিক মঞ্চৰ জৰিয়তে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ (এমএছএমই) বিভিন্ন সমস্যাৰ সমাধান কৰা, খাদী আৰু গ্রামোদ্যোগ উদ্যোগত জড়িত হোৱাৰ বাবে উৎসাহ যোগোৱা আৰু আত্মনিৰ্ভৰতাৰ বাবে বিভিন্ন সা-সুবিধা প্রদান কৰা উল্লেখযোগ্যমন্ত্ৰালয়ৰ গৃহীত বিভিন্ন প্ৰচেষ্টাৱলী-

১৷ আত্মনির্ভৰ ভাৰত প্ৰচেষ্টা-

  • এমএছএমইৰ বাবে সংকটকাল বিশেষ পুঁজি গঠন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে মূলধন যোগা নিশ্চিত কৰা। তদুপৰি, আত্মনির্ভৰ ভাৰত পূঁজি ১০,০০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

২৷ এমএছএমইৰ নতুন সংজ্ঞা আৰু উদ্যম নিন্ধীকৰণ

  • এমএছএমইৰ নতুন সংজ্ঞা ২৬ জুন এক বিজ্ঞপ্তিযোগে প্রকাশ কৰা হৈছে। এবিষয় বিস্তৃভাৱে জানিবলৈ https://msme.gov.in/sites/default/files/IndianGazzate.pdf এই লিংকত ক্লিক কৰক৷
  • মন্ত্ৰালয় বিভিন্ন উদ্যোগক নতুনকৈ শ্রেণীবিভাজন কৰাৰ ফল উদ্যোগ আধাৰ ব্যৱস্থাপনাৰ পৰির্তন সাধন কৰা হৈছে। এতিয়াৰে পৰা উদ্যমঅনলাইন ’ৰ্টেলৰ জৰিয়তে নিন্ধীকৰণৰ কা কৰা হব। অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://udyamregistration.gov.in/

৩৷চেম্পিয়নছ ’ৰ্টে

  • প্রধানমন্ত্রীয়ে জুন তথ্য যোগাযোগ প্রযুক্তিভিত্তিক চেম্পিয়নছ পৰ্টেলৰ শুভাৰম্ভ কৰে ক্ষুদ্র উদ্যোগীৰ জৰিয়তে সহা কৰা হব। এই পৰ্টেল তেওঁলোকৰ বর্তমান পৰিস্থিতিৰ বিষয় জনোৱালগতে নতুন ব্যৱসা কৰাৰ সুযোগ সম্পর্কে বিভিন্ন তথ্য প্ৰদান কৰিব৷ এই মঞ্চত ইতিমধ্যে ১৬টা কেন্দ্রীয় ৰকাৰী মন্ত্ৰালয় আৰু বিভাগ তথা ২৫খন ৰাজ্য ৰকাৰ যুক্ত হৈ ছে। ৫৪টা বেংক, বিত্তীয় প্রতিষ্ঠানে ঋণ দিয়াৰ বাবে বিভিন্ন তথ্য এই পৰ্টেল অন্তর্ভুক্ত কৰা হৈছে ওঁলোকভিতৰত ১৯টা বেংক বেৰকাৰী। বিভিন্ন প্রশ্নৰ উত্তৰ দিয়াৰ বাবে ৫২টা কেন্দ্রীয় ৰাষ্ট্ৰীয়কৃ সংস্থা, সমন্বয়ৰক্ষী বিষয়া নিয়োগ কৰা হৈছে

৪৷ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি (পিএমইজিপি)-

পিএমইজিপি এক মূলধনযুক্ত ৰাজসহায় কাৰ্যসূচী। আত্মনির্ভৰ হোৱাৰ বাবে ক্ষুদ্র সংস্থা গঢ়ি তুলি ইয়াৰ জৰিয়তে হস্তশিল্পী আৰু নিৱনুৱা যুৱকযুতীসকলৰ বিত্তীয় সহায় দিয়া হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত খাদী আৰু গ্রামোদ্যোগ উদ্যোগ (কেভিআইচি) সমন্বয়ৰক্ষী সংস্থা। ৰাজ্য আৰু জিলাপৰ্যায়ত কেভিআইচিৰ ৰাজ্য বিভাগ, নাৰিকল বোর্ড, কেভিআইবি আৰু জিলা উদ্যোগ কেন্দ্রএই কাৰ্যসূচী ৰূপায়ণ কৰে। ২০০৮০৯ চনত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। চলিত বছৰ জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈকে ৬০,২১১জন ক্ষুদ্ৰ উদ্যোগীক ১৭৪৩.৮৪ কোটি টকাৰ বিত্তীয় সহায় প্ৰদান কৰা হৈছে। ইয়াৰ ফল ৪.৮১ লাখ লোকৰ কর্মসংস্থান হৈছে।

৫৷ ক্রেডিট লিংকড কেপিটেল ছাচিডীটেকলজি আপগ্রেডেন আঁচনি (চিএলচিটাইউএ) কাৰ্যসূচীৰ অধীন ঋণৰ ব্যৱস্থাচলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈকে ৭,৫০০ মজলীয়া আৰু ক্ষুদ্র উদ্যোগীক এই কাৰ্যসূচীৰ জৰিয়তে ৫৪০ কোটি টকাৰ বিত্তীয় সহায় প্ৰদান কৰা হৈছে।

৬৷ ক্রেডিট গেৰাণ্টি ফাণ্ড ট্রাট্ৰাষ্ট ফৰ মাইক্র এণ্ড স্মল এণ্টাৰপ্রাইজে (চিজিটাএমএই)-

জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈকে ৮,৯৯,৩৭৭টা ঋণৰ প্রস্তাৱত অনুমোদ জনোৱা হৈছে। ইয়াৰ বাবে মুঠ আৱণ্টিত ধনৰ পৰিমাণ ৪০,১৭৮.৩৫ কোটি টকা।

এমএছএমইসমূহৰ বাবে ঋণৰ পৰ সুদৰ সহায় আঁচনি, ২০১৮

জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈকে এই প্রকল্প মুঠ ১১,১৫,৩৬৪টা সংস্থা মুঠ ৩৩৭.৩২ কোটি টকাৰ সুবিধা লাভ কৰিছে।

ক্লাষ্টাৰ উন্নয়ন কাৰ্যসূচীঃ

জানুৱাৰীৰ পৰা অক্টোবৰলৈকে ৬২টা নতুন প্রকল্পৰ বাবে ৩৮৭.২৪ কোটি টকাৰ অনুদান মঞ্জুৰ কৰা হৈছে। এই আঁচনিসমূহৰ মুঠ ধন পৰিমাণ ৫৫৬.৫৮ কোটি টকা।

৯) এছএফইউআৰটিআই ক্লাষ্টাৰঃ

পৰম্পৰাগত উদ্যোগ পুনৰুজ্জীৱিতকৰণৰ বাবে পুঁজি যোগান আঁচনি (এছএফইউআৰটিআই)ৰ অধীনত ২০১৫ চনৰ পৰা চলিত বছৰৰ ৩০ নৱেম্বৰলৈকে ৩১৭টা ক্লাষ্টাৰ অনুমোদন দিয়া হৈছে। ৰকাৰে ইয়াৰ বাবে ৭৩৬.৬৭ কোটি টকাৰ অনুদান মঞ্জুৰ কৰিছে। চলি ৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ১২৪টা ক্লাষ্টাৰঅনুমোদন দিয়া হৈছে।

১০প্রযুক্তি কেন্দ্র/সঁজুলি ক’ঠাঃ

জানুৱাৰীৰ পৰা ২৫ নৱেম্বৰলৈকে ১৮টা এমএছএমই প্রযুক্তি কেন্দ্রৰ পৰা ,৬৫,৪০৯জন প্রশিক্ষণ প্ৰদান কৰা হৈছে। তদুপৰি, ২৮,২২৬টা সংস্থাক সহা কৰা হৈছে। আত্মনির্ভৰ ভাৰত অভিযানৰ অধীনত আমদানি কৰা সামগ্ৰীৰ পৰির্তে দেশ যাতে সেইবোৰ প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে এই কেন্দ্রসমূহৰ পৰা প্রয়োজনীয় সহা কৰা হৈছে৷ভিড১৯ সংক্রান্তীয় বিভিন্ন সামগ্রী প্ৰস্তুত কৰিবলৈ এই ধৰণৰ কেন্দ্রসমূহে এমএছএমইসমূহ বিভিন্ন ধৰণে সহাৰিছে। উৎপাদিত সামগ্ৰীবিপণনৰ দিশটোও বিবেচনা কৰা হৈছে৷

১১ প্রযুক্তি কেন্দ্র ব্যৱস্থাপনা কাৰ্যসূচী(টাচিপি)-

প্রযুক্তি কেন্দ্রসমূহৰ সফলতাত উৎসাহিত হৈ মন্ত্ৰালয়ে টাচিএপিৰ শুভাৰম্ভ কৰে ইয়াৰ অধীনত ১৫টা নতুন প্রযুক্তি কেন্দ্র গঢ়ি তোলা হৈছে ইয়াৰ বর্তমান কেন্দ্রসমূহৰৰ মান ন্নয়ন ঘটোৱা হৈছে। এই কামত ২২০০ কোটি টকা আৱণ্টন কৰা হৈছে।

১২) প্রযুক্তি কেন্দ্র/বর্ধিত কেন্দ্র (টাচিইচি)

১৮টা প্রযুক্তি কেন্দ্র আৰু ১৫টা নতুন প্রযুক্তি কেন্দ্র গঢ়ি তোলা হৈছে আৰু এইবোৰৰ আন্তঃগাঁথনি উন্নয়ন বিশ্ববেংকে সহায় কৰিছে। ২০টা প্রযুক্তি কেন্দ্র আৰু ১০০টা বর্ধিত কেন্দ্রৰ মান উন্নয়নৰ বাবে ৬,০০০ কোটি টকা ব্যয় কৰা হব। প্রযুক্তিৰ সহায়ত দক্ষতা বৃদ্ধি আৰু বজাৰ প্রতিযোগিতাত টিকি থকাৰ বাবে নতুন নতুন উদ্ভা, দেশ নতুন এমএছএমই গঢ়ি তোলা হ’ব, যাৰ জৰিয়তে আৰু অধিক কর্মসংস্থান গঢ় লৈঠিবএইবোৰেই টাচিইচিৰ মূল উদ্দেশ্য। এবছৰৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈকে এই কেন্দ্রসমূহত প্রশিক্ষণ আৰম্ভ হৈছে। ইতিমধ্যে ১০,২৪০জনক প্রশিক্ষণ প্ৰদান কৰা হৈছে। সমৰ যোৰহাট জেনেৰেল ইঞ্জিনিয়াৰিং আৰু পশ্চিমবংগৰ কলকাতা চর্ম উদ্যোগপৰধৰণৰ প্রশিক্ষণ দিয়া হৈছে৷

১৩) ঋণ সংযোগী মুলধন ৰাজসাহায্য-প্ৰযুক্তি উন্নীতকৰণ আঁচনি (চিএলচিটাইউএ)

চিএলচিটাইউএ প্রকল্প চলিত ৰ্ষত জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে বিভিন্ন উদ্যোগ সহায় কৰা হৈছে। কমন ছার্ভি চেণ্টাৰ, মেদাবাদৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া, এমএছএমইৰ বাবে ডিজিটেল পৰিচৰ ব্যৱস্থা কৰিছে। এমএছএমইসমূহক বিভিন্ন ধৰণে সহায় কৰিবলৈ বিভিন্ন ইনকিউবেটৰ কা কৰিছে। তিনিখন আইআইটি আৰু ৯খন এনআইটিয়ে বিভিন্ন নক্সা প্ৰস্তুত কৰাত সহায় কৰিছে। বাংগালুৰুৰ আইআইএছচিয়ে ১৬টা প্রকল্প অনুমোদন জনাইছে।

১৪ সংগ্রহ আৰু বিপণনত সহায়

ভার্চুৱেলী বিভিন্ন বাণিজ্য মেলা এমএছএমইসমূহে উৎপাদন কৰা সামগ্রীৰ প্রদর্শনীৰ সুযোগ দিয়া হৈছে। হস্তশিল্পৰ পেকেজিৰ বাবে কর্মশালাৰ ব্যৱস্থা কৰা আৰু উত্তৰপ্রদেশৰ বাৰাণসীপুতলা প্ৰস্তুত কেন্দ্র গঢ়ি তোলাৰ প্রস্তাৱত অনুমোদ জনোৱা হৈছে।

১৫ ২০১২ চনৰ এমএছইৰ আদেশৰ বাবে চৰকাৰী সংস্থাসমূহৰ সামগ্ৰী সংগ্রহ নীতিঃ

সকলো কেন্দ্রীয় চৰকাৰী বিভাগ আৰু মন্ত্ৰালয় আৰু কেন্দ্রীয় ৰাষ্ট্ৰীয়কৃত সংস্থাসমূহত তেওঁলোকৰ বার্ষিক চাহিদাৰ ২৫ শতাংশ সামগ্ৰী আৰু সেৱা ক্ষুদ্ৰ, লঘূ উদ্যোগৰ পৰা সংগ্রহ কৰিব লাগিব৷ এই প্রক্রিয়াটো উপযুক্তভাবে হৈছে নে নাই, সেয়া জনাৰ বাবে ইয়াৰ সম্পৰ্কীতৰ্টেলৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে৷

১৬ জিইএমচৰকাৰী বৈদ্যুতিন বজাৰঃ

ক্ষুদ্ৰ, লঘূ উদ্যোগীৰ বাবে জিইএমৰ জৰিয়তে ডিচেম্বৰৰ হিচাপ অনুসৰি,৪৭,৪৯৭টা নিন্ধীকৰণ হৈছে। জিইএম পৰ্টেল ৫৭.৬ শতাংশ অর্ডাৰ এই সংস্থাসমূহৰ পৰা কৰা হৈছে। জিইএমৰ সৈতে টিআৰই ডিএ মঞ্চৰ সংযুক্তিকৰন কৰা হৈছে। ইউএএম পৰ্টেলৰ পৰির্তে উদ্যম নিন্ধীকৰণ পৰ্টেল পহিলা জুলাইৰ পৰা কা আৰম্ভ কৰিছে।

১৭ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কীল ডেভেলপমেণ্ট প্রগ্ৰেম (ইডিপি)

বিভিন্ন ৰাজ্য চৰকাৰী সংস্থা, শিল্প সংস্থা, ৰাষ্ট্ৰীয় সংস্থাসমূহৰ জৰিয়তে দেশজুৰি দক্ষতা বৃদ্ধিৰ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে ৬৩,৬০৬৪ কোটি টকা অনুমোদন কৰা হৈছে। এবছৰৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে এধৰণৰ ৯৪৭টা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

১৮উত্তৰ-পূর্বাঞ্চল আৰু ছিকিমৰ বাবে এমএছএমইৰ প্রসাৰ

এমএছএমইৰ বিভিন্ন আঁচনি আৰু নিৰীক্ষণ কমিটী জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ১২টা প্রকল্পৰ অনুমোদন জনাইছে। ইয়া বাবে কেন্দ্র ৫৮.৭৫ কোটি টকা অনুদান দিব৷ এই আঁচনিসমূহৰ মুঠ পৰিমাণ ৯০.৪ কোটি টকা। ছিংগাপুৰ বিষয়াসকল দক্ষতা বৃদ্ধিৰ বাবে ২৪জন এবিষয় প্রশিক্ষণ দিয়া হৈছে।

১৯ অনুসূচীত জাতি আৰু জনজাতি সম্প্ৰদায় লোকসকলৰ সহাৰ বাবে ৰাষ্ট্ৰীয় অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঃ

এনএএইচৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে। ৫৩২টা অনুসূচীত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ ক্ষুদ্ৰ, লঘূ উদ্যোগ সহায় আগবঢ়োৱাৰ বাবে ৫৬.২২ কোটি টকা দিয়া হৈছে। ৯,২৪০জন অনুসূচীত জাতি, জনজাতি সম্প্ৰদায়ৰ লোকক দক্ষতা বৃদ্ধিৰ বাবে ৪০টা প্রশিক্ষণ সংস্থাৰ পৰা প্রশিক্ষ প্ৰদান কৰা হৈছে। ৩,৪২২টা টুল কিট প্রশিক্ষণ লাভ কৰাসকলক দিয়া হৈছে।

২০গ্রামীণ উদ্যোগসবলীকৰণৰ বাবে খাদীৰ জনপ্রিয়তা বৃদ্ধি

কেভিআইচিয়ে নতুন নতুন সামগ্ৰী বজাৰলৈ আনিছে। জম্মু-কাশ্মীৰৰ সন্ত্ৰাস জৰ্জৰিত নাগৰোটা মহিলা উদ্যোগীসকৰৰ পুনৰ সংস্থাপনৰ বাবে খাদীৰ ৰুমাল প্ৰস্তুত কৰা হৈছে। তদুপৰি, বাঁৰ ব, চেনিটেৰী নেপকিন আৰু বিভিন্ন ধৰণৰ চাবোপ্ৰস্তুত কৰা হৈছে। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্ত সশস্ত্র আৰক্ষী বাহিনীৰ বাবে কেভিআইচিয়ে সৰিয়হৰ তেল, আচাৰ, মৌ, পাপ, ধূপকাঠিকে ধৰি বিভিন্ন সামগ্রী সৰবৰাহ কৰিছে। কভিড১৯ মহামাৰীৰ সময় খাদীৰ মাস্ক প্ৰস্তুত কৰা হৈছে। ই-কমাৰ্চৰ জৰিয়তে কেভিআইচিৰ সামগ্রী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ব্রিটেনৰ বার্মিংহাম বসন্ত উৎসৱতইবাৰ কেভিআইচিয়ে অংশগ্ৰহণ কৰিছেমৌ পালনত সহায় কৰাৰ বাবে কেভিআইচিয়ে বিভিন্ন প্ৰচেষ্টা গ্রহণ কৰিছে। দিল্লীৰ চর্ম উদ্যোগীসকলক অত্যাধুনিক জোতা নিৰ্মাণৰ প্রশিক্ষণ কেন্দ্র প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

২১) নাৰিকল বিকাশ আঁচনিঃ

  • নাৰিকলৰ বাকলি আৰু ইয়াৰ পৰা পাদিত সামগ্রী ৰপ্তানি কৰি জানুৱাৰী, ২০২০ৰ পৰা অক্টোবৰ, ২০২০লৈকে ২১৯০.৪৪ কোটি টকা আয় হৈছে।
  • জানুৱাৰী, ২০২০ৰ পৰা অক্টোবৰ, ২০২০লৈকে মুঠ ,৫৩,০০০ মেট্ৰিকটন সামগ্ৰী পাদন কৰা হৈছে
  • ইয়াৰ ফল অক্টোবৰলৈকে ১,০৭৯জন লোকে কর্মসংস্থালাভ কৰিছে।
  • মন্ত্ৰালয়ে এফইউআৰটিৰ অধীনত ৪১টা কয়াৰ ক্লাষ্টাৰ গঢ় দিয়াৰ বাবে অনুমোদন জনাইছে। এই ক্লাষ্টাৰসমূহৰ ভিতৰত তামিলনাডুত ১৪টা, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত ৪টাকৈ, কৰ্ণাটকত ৮টা, ওড়িশাত ৫টা, গুজৰাট আৰু মহাৰাষ্ট্ৰত ২টাকৈ আৰু পশ্চিমবংগ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ এটাকৈ স্থাপন কৰা ব। ইয়াৰ বাবে মন্ত্ৰালয়ে ৮২.১৪ কোটি টকা অনুমোদন জনাইছে
  • নৱেম্বৰ মাহলৈকে ১২৩টা কয়াৰ কেন্দ্র গঢ়ি তোলাৰ বাবে ৪০৮.২৪ লাখ টকা আৱণ্টন দিয়া হৈছে।

 

*****

BN/RNM/SS/IA/DB



(Release ID: 1685750) Visitor Counter : 258