প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় সেনা দিৱসৰ পেৰেড

प्रविष्टि तिथि: 02 JAN 2021 11:08AM by PIB Guwahati

২০২১ ৰ ১৫ জানুৱাৰীত কেৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত ভাৰতীয় সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ’ব। তদুপৰি, ২০২১ ৰ ২৩ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেড আৰু বিটিং দ্য ৰিট্ৰিটৰ অৰ্থে প্ৰেছ ব্ৰীফ অনুষ্ঠিত হ’ব। প্ৰেছ ব্ৰীফৰ বাবে স্থান পৰৱৰ্তী সময়ত জ্ঞাত কৰা হ’ব।

সকলো আগ্ৰহী সংবাদ কৰ্মীক যাৱতীয় সুৰক্ষা মঞ্জুৰীৰ অৰ্থে ২০২১ ৰ ০৫ জানুৱাৰীৰ ভিতৰত নিম্ন উল্লেখিক সৱিশেষ armydayparade2021[at]gmail[dot]com লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’লঃ

  1. সম্পূৰ্ণ নাম
  2. পিআইবি/আইডি কাৰ্ড নং
  3. আইডি কাৰ্ডৰ স্কেন কৰা ফটো
  4. সংবাদ সংস্থাৰ নাম
  5. আবেদনকাৰীৰ ফটো
  6. আবেদন কৰা হৈছেঃ এডিপি/প্ৰেছ ব্ৰীফ /উভয়ৰে বাবে

যিকোনো স্পষ্টীকৰণৰ বাবে, অনুগ্ৰহ কৰি 011-23019659 লৈ কল কৰক। ২০২১ ৰ ০৫ জানুৱাৰীৰ পাছত লাভ কৰা মেইল গ্ৰহণ কৰা নহ’ব পাৰে।

***

AA/BSC/SB


(रिलीज़ आईडी: 1685744) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Tamil