প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অটল বিহাৰী বাজপায়ীৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 DEC 2020 10:01AM by PIB Guwahati
অটল বিহাৰী বাজপায়ীৰ জয়ন্তীত তেখেতলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা নিবেদন কৰিছে।
"প্ৰাক্তন প্ৰধানমন্ত্ৰী আদৰণীয় অটল বিহাৰী বাজপায়ী জীৰ জন্ম-জয়ন্তী উপলক্ষে তেখেতলৈ শত-কোটি প্ৰণাম জনাইছো। তেখেতৰ দূৰদৰ্শী নেতৃত্বত, তেখেতে দেশখনক উন্নয়নৰ অভূতপূৰ্ব শিখৰত আৰোহণ কৰাইছিল। এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবলৈ তেখেতে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজি সদায়েই স্মৰণীয় হৈ থাকিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
******
DS/VJ/AK/SB
(रिलीज़ आईडी: 1683758)
आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam