প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 DEC 2020 11:46AM by PIB Guwahati
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে জীৱনজুৰি গাঁও আৰু কৃষকসকলৰ উন্নয়নৰ প্ৰতি নিজকে সমৰ্পিত কৰিছিল, যাৰ বাবে তেওঁক সদায়ে স্মৰণ কৰা যাব ’
*********
DS/SH/KG
(रिलीज़ आईडी: 1683247)
आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam