প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুণ্য তিথিত চৰ্দাৰ পেটেললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

Posted On: 15 DEC 2020 9:31AM by PIB Guwahati

পুণ্য তিথিত চৰ্দাৰ পেটেললৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "সবল, শক্তিশালী আৰু সমৃদ্ধ ভাৰতৰ ভেটি গঢ়োতা লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেললৈ তেওঁৰ পুণ্য তিথিত কৌটি-কৌটি প্ৰণাম জনাইছো। তেওঁ দেখুৱাই যোৱা পথে দেশখনৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ আমাক সদায়েই অনুপ্ৰাণিত কৰিব।"

*****

DS/SH/SB



(Release ID: 1680996) Visitor Counter : 88