বিত্ত মন্ত্ৰালয়
জিএছটিৰ ঘাটি হ্ৰাস কৰিবলৈ সকলো ৰাজ্যই বাচনি কৰিলে বিকল্প-১
ঝাৰখণ্ডই শেহতীয়াকৈ বিকল্প-১ বাচনি কৰিছে
জিএছটিৰ ঘাটি হ্ৰাস কৰিবলৈ ঝাৰখণ্ডই লাভ কৰিব ১,৬৮৯ কোটি টকাৰ বিশেষ পেকেজ
ঋণৰ উপৰিও অতিৰিক্তভাৱে ১৭৬৫ কোটি টকা ঝাৰখণ্ডক প্ৰদান কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে
পোষ্ট কৰা হৈছে:
05 DEC 2020 8:49AM by PIB Guwahati
২৮ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয়শাসিত প্ৰদেশে তেওঁলোকৰ জিএছটি প্ৰণয়নৰ ঘাটি হ্ৰাস কৰিবলৈ বিকল্প-১ বাচনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিকল্প-১ বাচনি কৰা ৰাজ্যসমূহৰ ভিতৰত ঝাৰখণ্ডই শেহতীয়াকৈ অন্যতম ৰাজ্য হিচাপে বিবেচিত হৈছে৷
বিকল্প-১ৰ অধীনত ৰাজ্যসমূহক জিএছটি প্ৰণয়নৰ ঘাটি পূৰণ কৰিবলৈ ঋণৰ বিশেষ উইণ্ডৰ সুবিধা প্ৰদান কৰা হৈছে৷ বিকল্প-১ বাচনি কৰাৰ জৰিয়তে ভাৰত চৰকাৰে ঝাৰখণ্ড চৰকাৰক ১৭৬৫ কোটি টকা অতিৰিক্তভাৱে ঋণ হিচাপে প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰিছে আৰু এই পৰিমাণ ঝাৰখণ্ডৰ জিডিপিৰ ০.৫০%৷
০৪.১২.২০২০ তাৰিখ পৰ্যন্ত বিশেষ উইণ্ডৰ জৰিয়তে জিএছডিপিৰ ০.৫০ শতাংশ প্ৰদান কৰা ৰাজ্যসমূহ হ’ল
(কোটি হিচাপত)
|
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ নাম
|
ৰাজ্যসমূহলৈ অনুমতি প্ৰদান কৰা ঋণৰ অতিৰিক্ত ০.৫০ শতাংশ
|
ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ বিশেষ উইণ্ডৰ জৰিয়তে প্ৰদান কৰা ধনৰাশি
|
|
1
|
অন্ধ্ৰ প্ৰদেশ
|
5051
|
804.15
|
|
2
|
অৰুণাচল প্ৰদেশ*
|
143
|
0.00
|
|
3
|
অসম
|
1869
|
346.12
|
|
4
|
বিহাৰ
|
3231
|
1358.54
|
|
5
|
চট্টিশগড় #
|
1792
|
0.00
|
|
6
|
গোৱা
|
446
|
292.20
|
|
7
|
গুজৰাট
|
8704
|
3208.80
|
|
8
|
হাৰিয়ানা
|
4293
|
1514.40
|
|
9
|
হিমাচল প্ৰদেশ
|
877
|
597.47
|
|
10
|
ঝাৰখণ্ড#
|
1765
|
0.00
|
|
11
|
কৰ্ণাটক
|
9018
|
4317.39
|
|
12
|
কেৰালা
|
4,522
|
328.20
|
|
13
|
মধ্য প্ৰদেশ
|
4746
|
1580.51
|
|
14
|
মহাৰাষ্ট্ৰ
|
15394
|
4167.99
|
|
15
|
মণিপুৰ*
|
151
|
0.00
|
|
16
|
মেঘালয়
|
194
|
38.89
|
|
17
|
মিজোৰাম*
|
132
|
0.00
|
|
18
|
নাগালেণ্ড*
|
157
|
0.00
|
|
19
|
ওড়িশা
|
2858
|
1329.97
|
|
20
|
পাঞ্জাৱ
|
3033
|
475.80
|
|
21
|
ৰাজস্থান
|
5462
|
907.12
|
|
22
|
ছিক্কিম*
|
156
|
0.00
|
|
23
|
তামিলনাডু
|
9627
|
2171.90
|
|
24
|
তেলেংগানা
|
5017
|
299.88
|
|
25
|
ত্ৰিপুৰা
|
297
|
78.90
|
|
26
|
উত্তৰ প্ৰদেশ
|
9703
|
2090.21
|
|
27
|
উত্তৰাখণ্ড
|
1405
|
806.10
|
|
28
|
পশ্চিমবংগ
|
6787
|
252.22
|
|
|
মুঠ (ক):
|
106830
|
26966.76
|
|
1
|
দিল্লী
|
প্ৰযোজ্য নহয়
|
2040.77
|
|
2
|
জম্মু আৰু কাশ্মীৰ
|
প্ৰযোজ্য নহয়
|
790.53
|
|
3
|
পুডুচেৰী
|
প্ৰযোজ্য নহয়
|
201.94
|
|
|
মুঠ (খ):
|
প্ৰযোজ্য নহয়
|
3033.24
|
|
|
সৰ্বমুঠ (ক+খ)
|
106830
|
30000.00
|
* These States have ‘NIL’ GST compensation gap
# ঋণৰ পৰৱৰ্তী ৰাউণ্ডৰ পিছত ধনৰাশি মুকলি কৰি দিয়া হ’ব
***
RM/KMN/MANN
(ৰিলিজ আই ডি : 1678683)
অতিথি কক্ষ : 293