প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
03 DEC 2020 10:00AM by PIB Guwahati
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
“প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত তেওঁলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। স্বাধীনতা সংগ্ৰাম আৰু সংবিধান প্ৰণয়নত তেওঁ অতুলনীয় ভূমিকা পালন কৰিছিল। সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা মন্ত্ৰ আধাৰিত তেওঁৰ জীৱনে দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি থাকিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
DS/VJ/SB
(ৰিলিজ আই ডি : 1677940)
অতিথি কক্ষ : 193
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam