বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত দেশখনলৈ $28.1 বিলিয়ন এফডিআই অন্তঃপ্ৰৱাহ

2020-21ৰ প্ৰথম অৰ্ধেকত এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ $ত 15% বৃদ্ধি আৰু টকাত 23% বৃদ্ধি

Posted On: 28 NOV 2020 5:32PM by PIB Guwahati

2020-21 বিত্তীয় বৰ্ষ (জুলাই, 2020 ৰপৰা ছেপ্টেম্বৰ, 2020 লৈ) ৰ দ্বিতীয় ত্ৰৈমাসিকটোত ভাৰতলৈ মুঠ বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ (FDI) অন্তঃপ্ৰৱাহ $28,102 নিযুত হৈ পৰে, ইয়াৰে এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ $23,441 নিযুত বা 174,793 কোটি টকা। ইয়াৰ জৰিয়তে 2020-21 বিত্তীয় বৰ্ষটোৰ ছেপ্টেম্বৰ, 2020 লৈ এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ $30,004 নিযুতলৈ বৃদ্ধি পায়, যি বৃদ্ধিৰ হাৰ 2019-20 ৰ একে সময়ছোৱাতকৈ 15% অধিক। টকাত, যোৱা বৰ্ষতকৈ এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ 224,613 কোটি টকা হোৱাতে বৃদ্ধিৰ হাৰ 23%। আগষ্ট, 2020 তাপৰ্যপূৰ্ণ মাহ হৈ পৰে য’ত দেশখনলৈ $17,487 নিযুত এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ হয়।

2020-21 বিত্তীয় বৰ্ষ

( এপ্ৰিল - ছেপ্টেম্বৰ)

এফডিআই ইকুইটি অন্তঃপ্ৰৱাহৰ পৰিমাণ

(কোটি টকাত)

($ নিযুতত)

1.

এপ্ৰিল, 2020

21,133

2,772

2.

মে’, 2020

16,951

2,240

3.

জুন, 2020

11,736

1,550

4.

জুলাই, 2020

22,866

3,049

5.

আগষ্ট, 2020

130,576

17,487

6.

ছেপ্টেম্বৰ, 2020

21,350

2,906

2020-21 (এপ্ৰিল, 2020 ৰপৰা ছেপ্টেম্বৰ, 2020 লৈ) #

224,613

30,004

2019-20 (এপ্ৰিল, 2019 ৰপৰা ছেপ্টেম্বৰ, 2019 লৈ) #

182,000

26,096

যোৱা বৰ্ষৰ তুলনাত % বৃদ্ধি

(+) 23%

(+) 15%

# পৰিমাণসমূহ অস্থায়ী, প্ৰয়োজন সাপেক্ষে আৰবিআই, মুম্বাইৰ সৈতে পুনৰ্মিলন।

এপ্ৰিল, 2000 ৰপৰা ছেপ্টেম্বৰ, 2020 লৈ যিসমূহ ৰাষ্ট্ৰৰপৰা ভাৰতলৈ এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ হৈছিল; তাৰ ভিতৰত সৰ্বাধিক এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ হয় মৰিচাচৰপৰা, ইয়াৰ পাছতেই আছে ছিংগাপুৰ আৰু আমেৰিকা।

এফডিআই ইকুইটি অন্তঃপ্ৰৱাহত শীৰ্ষ বিনিয়োগকাৰী ৰাষ্ট্ৰসমূহৰ শ্বেয়াৰ (বিত্তীয় বৰ্ষ):

পৰিমাণ কোটি টকাত ($ নিযুতত)

 

স্থান

 

দেশ

 

2018-19

(এপ্ৰিল – মাৰ্চ)

 

2019-20

(এপ্ৰিল – মাৰ্চ)

 

2020-21

(এপ্ৰিল – ছেপ্টেম্বৰ)

মুঠ অন্তঃপ্ৰৱাহ (এপ্ৰিল, 00 -

ছেপ্টেম্বৰ,20)

মুঠ অন্তঃপ্ৰৱাহলৈ % (

$ত)

1.

মৰিচাচ

57,139

57,785

15,019

810,960

29%

(8,084)

(8,241)

(2,003)

(144,713)

2.

ছিংগাপুৰ

112,362

103,615

62,084

671,646

21%

(16,228)

(14,671)

(8,301)

(105,970)

3.

আমেৰিকা

22,335

29,850

53,266

229,488

7%

(3,139)

(4,223)

(7,123)

(36,902)

4.

নেদাৰলেণ্ড

27,036

46,071

11,306

219,628

7%

(3,870)

(6,500)

(1,498)

(35,350)

5.

জাপান

20,556

22,774

4,932

201,037

7%

(2,965)

(3,226)

(653)

(34,152)

6.

যুক্তৰাজ্য

9,352

10,041

10,155

160,566

6%

(1,351)

(1,422)

(1,352)

(29,563)

7.

জাৰ্মানী

6,187

3,467

1,498

70,442

2%

(886)

(488)

(202)

(12,398)

8.

চাইপ্ৰাছ

2,134

6,449

355

58,348

2%

(296)

(879)

(48)

(10,796)

9.

ফ্ৰান্স

2,890

13,686

8,494

59,005

2%

(406)

(1,896)

(1,135)

(9,675)

10.

কেইম্যান দ্বীপপুঞ্জ

7,147

26,397

15,672

65,520

2%

(1,008)

(3,702)

(2,103)

(9,639)

সকলোবোৰ দেশৰপৰা মুঠ এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ *

309,867

(44,366)

353,558

(49,977)

224,613

(30,004)

2,957,057

(500,123)

-

 

সকলোবোৰ খণ্ডৰ ভিতৰত, এপ্ৰিল, 2000 ৰপৰা ছেপ্টেম্বৰ, 2020 লৈ সেৱা খণ্ডতে সৰ্বাধিক এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ হয়; ইয়াৰ পাছতেই আছে কম্পিউটাৰ ছফ্টৱেৰ ও হাৰ্ডৱেৰ আৰু টেলিকমিউনিকেশ্যন।

সৰ্বাধিক এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ হোৱা খণ্ডসমূহঃ

পৰিমাণ কোটি টকাত ($ নিযুতত)

 

স্থান

 

খণ্ড

2018-19

(এপ্ৰিল – মাৰ্চ)

2019-20

(এপ্ৰিল – মাৰ্চ)

2020-21

(এপ্ৰিল – ছেপ্টেম্বৰ)

মুঠ অন্তঃপ্ৰৱাহ (এপ্ৰিল, 00 -

ছেপ্টেম্বৰ,20)

মুঠ অন্তঃপ্ৰৱাহলৈ % (

$ত)

1.

সেৱা খণ্ড **

63,909

(9,158)

55,429

(7,854)

16,955

(2,252)

488,685

(84,255)

17%

2.

কম্পিউটাৰ ছফ্টৱেৰ ও হাৰ্ডৱেৰ

45,297

(6,415)

54,250

(7,673)

131,169

(17,554)

407,175

(62,466)

12%

3

টেলিকমিউনিকেশ্যন

18,337

(2,668)

30,940

(4,445)

50

(7)

219,238

(37,278)

7%

4.

ট্ৰেডিং

30,963

(4,462)

32,406

(4,574)

7,140

(949)

183,145

(28,543)

6%

 

5.

নিৰ্মাণ উন্নয়নঃ

টাউনশ্বীপ, হাউছিং, বিল্ট-আপ ইনফ্ৰাচট্ৰাকচাৰ আৰু নিৰ্মাণ-উন্নয়ন প্ৰকল্প

 

1,503

(213)

 

4,350

(617)

 

887

(118)

 

124,851

(25,780)

 

5%

6.

অট’ম’বাইল উদ্যোগ

18,309

(2,623)

19,753

(2,824)

3,162

(417)

146,904

(24,628)

5%

7.

ৰসায়ন (সাৰৰ বাহিৰে)

13,685

(1,981)

7,492

(1,058)

3,287

(437)

101,842

(18,077)

4%

8.

নিৰ্মাণ (আন্তঃগাঁথনি) কাৰ্য

15,927

(2,258)

14,510

(2,042)

2,814

(377)

111,197

(17,223)

3%

9.

ঔষধ ও ফাৰ্মাচিউটিকেল

1,842

(266)

3,650

(518)

2,715

(367)

90,529

(16,868)

3%

10.

হোটেল ও পৰ্যটন

7,590

(1,076)

21,060

(2,938)

2,128

(283)

93,907

(15,572)

3%

 

অক্টোবৰ, 2019 ৰপৰা ছেপ্টেম্বৰ, 2020 লৈ এফডিআই ইকুইটি অন্তঃপ্ৰৱাহৰ মূল হিতাধিকাৰী ৰাজ্য হৈ পৰে গুজৰাট; ইয়াৰ পাছতেই থাকে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক।

সৰ্বাধিক এফডিআই ইকুইটি অন্তঃপ্ৰৱাহ হোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ

 

পৰিমাণ কোটি টকাত ($ নিযুতত)

 

 

স্থান

 

ৰাজ্য

 

2019-20

(অক্টোবৰ – মাৰ্চ)

 

2020-21

(এপ্ৰিল – ছেপ্টেম্বৰ)

মুঠ অন্তঃপ্ৰৱাহ (অক্টোবৰ, 19-

ছেপ্টেম্বৰ,20)

মুঠ অন্তঃপ্ৰৱাহলৈ % (

$ত)

1

গুজৰাট

18,964

1,19,566

1,38,530

35%

(2,591)

(16,005)

(18,596)

2

মহাৰাষ্ট্ৰ

52,073

27,143

79,216

20%

(7,263)

(3,619)

(10,882)

3

কৰ্ণাটক

30,746

27,458

58,204

15%

(4,289)

(3,660)

(7,949)

4

দিল্লী

28,487

19,863

48,350

12%

(3,973)

(2,663)

(6,635)

5

ঝাড়খণ্ড

13,208

5,990

19,198

5%

(1,852)

(792)

(2,644)

6

তামিল নাডু

7,230

7,062

14,292

4%

(1,006)

(938)

(1,944)

7

হাৰিয়ানা

5,198

5,111

10,310

3%

(726)

(682)

(1,408)

8

তেলেংগানা

4,865

5,045

9,910

3%

(680)

(668)

(1,348)

9

উত্তৰ প্ৰদেশ

1,738

1,680

3,418

1%

(243)

(225)

(468)

10

পশ্চিম বংগ

1,363

(190)

1,985

(261)

3,348

(451)

1%

 

YB/SB



(Release ID: 1676912) Visitor Counter : 157