প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গুৰু নানক দেৱ জীৰ জীৱন সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
25 NOV 2020 4:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ জীৱন সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু নানক দেৱ জীৰ জীৱন আৰু আদৰ্শ সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰিলো৷ এই গ্ৰন্থখন কিৰপাল সিং জীয়ে লিখিছে, যিগৰাকী চণ্ডীগড়ত থাকে৷”
*******
DS/SKS/DB
(Release ID: 1676301)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam