প্ৰতিৰক্ষা মন্ত্ৰালয়

বিশিষ্ট আৰু প্ৰসিদ্ধ সেৱাৰ ২২৫ বছৰ পূৰ্তি উদযাপন জাট ৰেজিমেন্টৰ

Posted On: 21 NOV 2020 7:57AM by PIB Guwahati

জাট ৰেজিমেন্টে ১৯ ও ২০ নৱেম্বৰত ইয়াৰ বিশিষ্ট আৰু প্ৰসিদ্ধ সেৱাৰ ২২৫ বছৰ পূৰ্তি উদযাপন কৰে।

এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লয় জাট ৰেজিমেন্টৰ পিভিএছএম, এভিএছএম, ৱাইএছএম, ভিএছএম, এডিচি, ভিচিঅ’এএছ ও কৰ্ণেল লেফটেনেন্ট জেনেৰেল এছকে চাইনীয়ে। জাট যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণেৰে এই কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতেই অনুষ্ঠিত হয় দৰ্শনীয় ৰেজিমেন্টেল পেৰেড আৰু ৰেজিমেন্টটোৰ প্ৰবীণসকলৰ জেঅ’আৰএ মীট।

’ভিড-১৯ মহামাৰীৰ বাবে, সকলো সতৰ্কীকৰণ মানি চলি অনুষ্টুপীয়াকৈ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

***

AA/BSC/SB



(Release ID: 1674840) Visitor Counter : 79