তীখা মন্ত্ৰালয়

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ক’লে যোৱা ৬ বছৰত খনি খণ্ডত সর্বাধিক উন্নতি আৰু নীতিগত আদর্শৰ পৰিৱর্তন সাধন কৰা হৈছে

Posted On: 18 NOV 2020 3:01PM by PIB Guwahati

কেন্দ্রীয় তীখা, পেট্রোলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী শ্রী ধর্মেন্দ্র প্রধান কয়, বিগত ৬ বছৰত খনি খণ্ডত একাধিক নীতিগত সংস্কা সাধন কৰি এক দৃষ্টান্ত স্থাপন কৰাছে। পিএইচডিচিচিআই-এ আয়োজন কৰা ৰাষ্ট্ৰীয় খনি সম্মিলন ভাষণ দি আজিকথা জনায় মন্ত্ৰীগৰাকীয়েকেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়, স্বনির্ভৰশীলতা লক্ষ্য প্ৰাপ্তিৰ বাবেৰু অধিক মূল্য সংযোজন প্রয়োজন। তেওঁ কয়, দেশ প্রাকৃতিক সম্পদ মালিক দেশ জনসাধাৰণসেয়ে উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই প্রাকৃতিক সম্পদ নিষ্কাষণ বাবে এক নতুন প্রক্রিয়া প্রয়োজন। এই কথা অনুসৰণ কৰি ৰৱর্তী সময়ত চৰকাৰে উক্ত পথেৰেই অগ্রসছে। সেয়ে এই প্রক্রিয়া মানোন্নয়নৰ বাবে একাধিক পদক্ষেপ গ্রহণ কৰাছে । যিসমূহ ৰাজ্য এই প্রাকৃতিক সম্পদ ভাণ্ডাৰ আছে তেওঁলোকৰ উপার্জন বৃদ্ধি ক্ষেত্র বিশেষ পদক্ষেপ গ্রহণ কৰাছে।

 

শ্রী প্রধান কয়, প্রধানমন্ত্রীয়ে কয়লা, আকৰিক লোহা, বক্সাইট, েংগানিজ দৰে বিল প্রাকৃতিক সম্পদ যথাযথ মূল্যায় আৰু উত্তোলন বিষয়ে পৰিকল্পনা গ্রহণ কৰিছেসেয়ে স্বচ্ছ নিলাম প্রক্রিয়া মাধ্যমেৰে এইসমূহ প্রাকৃতিক সম্পদ ভাণ্ডাৰসমূহৰ পৰা প্রাকৃতিক সম্পদ উত্তোলন বিষয়টিৰ ওপৰত গুৰুত্ব দিয়া হৈছেতেওঁ কয়, এই নিলাম প্রক্রিয়া পূৰ্বতকৈধিক সহজ-ল কৰাছে। বিশ্বব্যাপি যিকোন আন্তর্জাতিক বিনিয়োগকাৰী সংস্থা এই প্রক্রিয়া অংশ গ্ৰহণ কৰিবৰিব। ইয়াৰ ফলত দেশ বিনিয়োগ বৃদ্ধি পাবি মত প্রকাশ কৰেেওঁশ্রী প্রধান কয়, এই ঐতিহাসিক পদক্ষেপ গ্রহণ ফল দেশখনে কেৱল মাত্র লাভৱােই নহব, ভাত আগন্তুক সময়ত বিশ্ব উৎপাদনশীল কেন্দ্ৰতৰিণত হ

 

শ্রী প্রধানৰু কয়, এই ক্ষেত্র প্রযুক্তি, ডিজিটলাইজেশ্য, নতুন ব্যসায়িক নীতি ইত্যাদি গ্রহণ কৰাছে । ইয়াৰ ফলত দেশ খনি খণ্ডত বৃহত্ত বজাঢ়ি উঠাৰ লগতে আত্মনির্ভতা পথ সৃষ্টি

   

 ******

YB/KG

 


(Release ID: 1673934) Visitor Counter : 163