গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

২০২০-২১ খাৰিফ বিপণন ঋতুত ন্যূনতম সহায়ক মূল্য(এমএছপি) কর্মসূচী ৰূপায়ণ

ধান সংগ্রহৰ পৰিমাণ যোৱা বছৰৰ তুলনাত ২১.২৭ শতাংশ বৃদ্ধি

খাৰিফ বিপণন ঋতুত খাদ্যশস্য সংগ্রহ কৰাৰ ফলত প্রায় ২৪.০২ লক্ষ ধান খেতিয়ক লাভৱান হৈছে

Posted On: 15 NOV 2020 5:42PM by PIB Guwahati

চলিত ২০২০-২১ াৰিফ বিপণন ঋতুত ন্যূনতম সহায়ক মূল্য কর্মসূচীৰ অধীনত কৃষকসকলক এই কর্মসূচীৰ সুবিধা প্রদান কৰি চৰকাৰে ২০২০-২১ াৰিঋতুৰ শস্য সংগ্রহ অভিযান অব্যাহত ৰাখিছে।

 

পঞ্জা, াৰিয়ানা, উত্তপ্রদেশ, তেলেংগানা, উত্তৰাণ্ড, তামিলনাড, ণ্ডীগড়, জম্মু- কাশ্মী, কেৰালা, গুজৰাট আৰু অন্ধ্রপ্রদেশ পৰা ১৪ নৱেম্বৰলৈকে চলিত খাৰিঋতুত ২৭৯.৫৬ াখ মেট্রিক টন ধান ক্ৰয় কৰাছে। যোৱা বছ সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা ২৩০.৫২ াখ মেট্রিক টন ধান ক্ৰয় কৰাছিল। যোৱাবাৰৰ তুলনাবা ২১.২৭ শতাংশ অধিক ধান ক্ৰয় কৰাছে। ইয়াৰ ভিতৰত পঞ্জাৱৰ পৰাক্ৰয় কৰা হৈছে ১৯৪.৬৩ াখ মেট্রিক টন ধান

 

চলিত খাৰিফ বিপণন ঋতুত সংশ্লিষ্ট ৰাজ্যসমূহৰ ২৪.০২ াখ কৃষক পৰা এই ধান কিনা হছে। ইয়াৰ ফলত ৫২৭৮১.৪২ কোটি টকা কৃষকসকলকিয়া হছে। অন্যান্য ৰাজ্যসমূহৰ পৰা প্রস্তা লাভ কৰাৰ ভিত্তিত ৪৫.১০ াখ মেট্রিক টন দাইলিনাৰ অনুমতি দিয়া হছে। চলিত খাৰিফ বিপণন ঋতুত তামিলনাড়ু, কর্ণাটক, মহাৰাষ্ট্র, তেলেংগানা, গুজৰাট, াৰিয়ানা, উত্তপ্রদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্রপ্রদেশ পৰা মূল্য সহায়ক প্রকল্প অধীনত তৈলবীজ কিনা প্রক্রিয়া আৰম্ভ হৈছেইয়াৰ উপৰি অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাড়ু আৰু কেৰালা পৰা.২৩ লাখ মেট্রিক টন কোপ্ৰা(বাৰমহীয়া শস্য)িনা অনুমতি দিয়া হছে। ইয়াৰ লগতে অন্যান্য ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল পৰা দাই, তৈলবীজ আৰু কোপ্ৰা(বাৰমহীয়া শস্য)িনা প্রস্তা আহিলে চৰকাৰে তাত অনুমতি দি

 

১৪ নৱেম্ব পর্যন্ত চৰকাৰে নির্ধাৰিত নডল এজেন্সি জৰিয়তে ৫৮৬০২.৬৮ মেট্রিক টন মুগ, ৰাদ, য়াবিন আৰু চীনা বাদাম ক্ৰয় কৰিছেতামিলনাডু, মহাৰাষ্ট্র, গুজৰাট, াৰিয়ানা আৰু ৰাজস্থান ৩৩,৯৫৯ জন কৃষক পৰা ৩১৫.৬৩ কোটি টকা ন্যূনতম সহায়ক মূল্য প্ৰদানেৰে এই সামগ্রী সংগ্রহ কৰাছে। একেদৰে ১৪ ৱেম্ব পর্যন্ত কর্ণাটক আৰু তামিলনাডু,৯৬১ জন কৃষক পৰা ৫২.৪০ কোটি টকা ন্যূনতম সহায়ক মূল্য প্ৰদানেৰে৮৯ মেট্রিক টন নাৰিকল শুকান বাকলিিনা হছে। যোৱা বছ এই সময় সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা মাত্র ২৯৩.৩৪ ট্রিক টন কোপ্ৰা(বাৰমহীয়া শস্য)িনা হছিল। ন্যূনতম সহায়ক মূল্য অধীনত তুলাৰ বীজ কিনাৰ প্রক্রিয়া আৰম্ভ হৈছেপঞ্জা, াৰিয়ানা, ৰাজস্থান, মধ্যপ্রদেশ, তেলেংগানা, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র আৰু গুজৰাটৰ পৰা এই ক্ৰয় প্রক্রিয়া সুস্থভাৱেই চলিছে। ১৪ নৱেম্ব পর্যন্ত সংশ্লিষ্ট ৰাজ্যসমূহৰ,৮৬,৫৪৭ জন কৃষক পৰা ৪১৮৭.০৫ কোটি টকা প্ৰদানেৰে ১৪৬৫৮৪৭ কপাহ তুলিনা হছে।

  

   

 ******

APS /KG



(Release ID: 1673106) Visitor Counter : 173