প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 15 NOV 2020 9:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত প্ৰতিজন ৰাজ্যবাসীক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। এই উপলক্ষে মই ইয়াৰ প্ৰতিজন লোকৰে সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্য কামনা কৰিছো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1673075) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam