প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 NOV 2020 9:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক তেওঁৰ জন্ম বাৰ্ষিকীত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো৷”

***

DS/SH/DB


(ৰিলিজ আই ডি : 1672861) অতিথি কক্ষ : 156