কয়লা মন্ত্ৰালয়
বাণিজ্যিক কয়লা খনি নিলামৰ ৭ম দিন
Posted On:
09 NOV 2020 7:23PM by PIB Guwahati
- বাণিজ্যিক কয়লা খনি নিলামৰ ৭ম দিনা চত্তীশগড়ৰ ১টা কয়লা খনি নিলামৰ বাবে ৰখা যায়।
- নিলামৰ বাবে ৰখা এই খনিটোৰ মুঠ ভৌগলিক ভাণ্ডাৰ হৈছে ~১.২ এমটিপিএৰ পিআৰচিৰ সৈতে ২৩৪.২০৫ মেট্ৰিক টন।
- এই ই-নিলামত নিবিদাকাৰীসকলৰ মাজত শক্তিশালী প্ৰতিযোগিতা পৰিলক্ষিত হয়। খনিটোৰ সৰ্বনিম্ন দৰতকৈ আকৰ্ষণীয় ভাল প্ৰিমিয়ামতে এই প্ৰতিযোগিতাৰ সৃষ্টি হয়।
৬ষ্ঠ দিনৰ ফলাফল তলত উল্লেখ কৰা হৈছেঃ
ক্ৰমিক নং
|
খনিৰ নাম
|
ৰাজ্য
|
পিআৰচি (এমটিপিএ)
|
ভৌগলিক ভাণ্ডাৰ (মেট্ৰিক টন)
|
ক্ল’জিং বিড দাখিল কৰিছে
|
সৰ্বনিম্ন দৰ (%)
|
চূড়ান্ত অ’ফাৰ (%)
|
খনিৰ পিআৰচিৰ ভিত্তিত আহৰণ হোৱা বাৰ্ষিক ৰাজহ (কোটি টকা)
|
১
|
গাৰে পালমা IV/৭
|
চত্তীশগড়
|
১.২০
|
২৩৪.২০৫
|
চৰ্দা এনাৰ্জী এণ্ড মিনাৰেলছ লিমিটেড
/৬৪৮৯৬
|
৪
|
৬৬.৭৫
|
২১০.৪৯
|
***
RJ/NG/SB
(Release ID: 1671638)
Visitor Counter : 118