প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্ণাটকৰ ৰাজ্যিক দিৱসত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
01 NOV 2020 9:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটক ৰাজ্যবাসীক ৰাজ্যোৎসৱৰ শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ আমাৰ ভাই-ভনীহঁতৰ ৰাজ্যোৎসৱত সকলোকে শুভেচ্ছা জনাইছো। ৰাজ্যৰ জনসাধাৰণে ক্ষমতা আৰু দক্ষতাৰ বলত বলীয়ান হৈ কৰ্ণাটকক প্ৰগতিৰ নতুন এক উচ্চতাত স্থাপিত কৰিছে। মই, কৰ্ণাটকৰ জনসাধাৰণৰ সুখ আৰু সুস্বাস্থ্য প্ৰাৰ্থনা কৰিছো।”
(ৰিলিজ আই ডি : 1669418)
অতিথি কক্ষ : 193
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam