প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৰ্দাৰ পেটেলৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 31 OCT 2020 9:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীত শ্ৰদ্ধাঝ়্লি অৰ্পন কৰে।

তেওঁ কয়, "ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ অগ্ৰদূত লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেললৈ তেওঁৰ জন্মজয়ন্তীত তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিছো।”

মহান চৰ্দাৰ পেটেললৈ তেওঁৰ জন্মজয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছো। - প্ৰধানমন্ত্ৰীয়ে কয়।

***

VRRK/SH/RD


(ৰিলিজ আই ডি : 1669022) অতিথি কক্ষ : 151