প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
14 OCT 2020 7:53PM by PIB Guwahati
প্ৰৱল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰে বাৰ্তালাপ কৰে।
"প্ৰৱল বৰষুণৰ বাবে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি সন্দৰ্ভত ক্ৰমে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰে বাৰ্তালাপ কৰো। উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানত কেন্দ্ৰৰ ফালৰপৰা সম্ভৱপৰ সকলো সহায় আৰু সহযোগিতাৰ আশ্বাস দিওঁ। মই এই প্ৰৱল বৃষ্টিপাতৰ বাবে প্ৰভাৱিত হোৱাসকলৰ সৈতে সমভাগী হৈছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
******
VRRK/SH/SB
(ৰিলিজ আই ডি : 1664595)
অতিথি কক্ষ : 197
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam