বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

হিমালয়ান চন্দ্ৰ টেলিস্কোপৰ ২০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা বিজ্ঞানৰ আলোকপাত সম্পৰ্কীয় কৰ্মশালা

হিমালয়ান চন্দ্ৰ টেলিস্কোপৰ ব্যৱহাৰ একাধিক সমন্বিত আন্তঃৰাষ্ট্ৰীয় অভিযানত নক্ষত্ৰীয় বিস্ফোৰণ, ধুমকেতু আৰু এক্স’ প্লেনেটৰ নিৰীক্ষণৰ ক্ষেত্ৰত কৰা হয় আৰু এই দিশত ইয়াৰ উল্লেখযোগ্য অৱদান আছে

Posted On: 28 SEP 2020 4:49PM by PIB Guwahati

লাদাখৰ ঠাণ্ডা, শুকান মৰুভূমি, সমূদ্ৰপৃষ্ঠৰ ,৫০০ মিটাৰ ওপৰত, দুই দশকৰ পৰা ভাৰতীয় ভাৰতীয় জ্যোতিৰ্বিজ্ঞান পৰ্যবেক্ষণ (আইএছঅ’) মিটাৰ উচ্চতাৰ অপ্টিকেল ইনফ্ৰাড হিমালয়ান চন্দৰ টেলিস্কোপে(এছচিটি) নিশাৰ আকাশত নক্ষত্ৰীয় বিস্ফোৰণ, ধুমকেতু, সৰু তৰা আৰু এক্স’-প্লেনেটৰ অনুসন্ধান কৰি আহিছে৷

এক সমৰ্পিত উপগ্ৰহ সঞ্চাৰ সম্পৰ্কৰ ব্যৱহাৰ কৰি দুৰৈৰ পৰা পৰিচালনা কৰিব পৰা বাংগালুৰুৰ প্ৰায় ৩৫ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত তথা প্ৰযুক্তি অনুসন্ধান আৰু শিক্ষা কেন্দ্ৰ(চিআৰইএছটি), ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰোফিজিকছ(আইআইএ), হোছাকোটৰ সৈতে নিজৰ ২০সংখ্যক জন্মদিন উদযাপন কৰিছে, যি ইয়াৰ দ্বাৰা লাভ কৰা তথ্যৰ ভিত্তিত ২৬০খন গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে৷

এই উপলক্ষে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ এক স্বায়ত্তশাসিত সংস্থা, এমএছচিটি, আইআইএৰ প্ৰথম প্ৰকাশিত ঘটনাৰ ২০সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে ২৯-৩০ ছেপ্টেম্বৰ, ২০২০ত দুদিনীয়া অনলাইন বিজ্ঞান কৰ্মশালা আয়োজন কৰিছে৷ ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই উদ্বোধন কৰিবলগীয়া কৰ্মশালাত টেলিস্কোপ লগোৱাৰ পাছত ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা বিজ্ঞান আৰু আইএঅ ভৱিষ্যতৰ সন্দৰ্ভত আলোকপাত কৰা ব৷

 

*****



(Release ID: 1659970) Visitor Counter : 203