প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰামধাৰী সিং দিনকৰৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 23 SEP 2020 11:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰজীলৈ তেখেতৰ জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি। তেওঁৰ কালজয়ী কবিতাসমূহে কেৱল সাহিত্যপ্ৰেমিককেই নহয়, সমগ্ৰ দেশবাসীকেই সদায়ে অনুপ্ৰাণিত কৰিব।

 

 

 *******************************************************

VRRK/KP/KG



(Release ID: 1658049) Visitor Counter : 111