স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ হাস্পতালত অন্যান্য ৰোগীৰ চিকিৎসা সুবিধা
Posted On:
20 SEP 2020 8:30PM by PIB Guwahati
ক’ভিড-১৯ ৰোগীৰ উপযুক্ত ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰে বিশেষকৈ ক’ভিডৰ বাবে প্ৰতিখন ৰা্জ্য চৰকাৰক তিনিতৰপীয়া স্বাস্থ্য সুবিধাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢাইছে৷
সেইবোৰ হৈছে-
(i) কম আক্ৰান্ত আৰু লক্ষণযুক্ত ৰোগীৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰত আইছ’লেচন বিছনাৰ ব্যৱস্থা কৰা;
(ii) মধ্যমীয়া ৰোগীসকলৰ বাবে সমৰ্পিত ক’ভিড স্বাস্থ্য কেন্দ্ৰত অক্সিজেনৰ সুবিধাযুক্ত বিছনাৰ ব্যৱস্থা কৰা; আৰু
(iii) সমৰ্পিত ক’ভিড হাস্পতালত গুৰুতৰ ৰোগীৰ বাবে আইচিইউ বিছনাৰ ব্যৱস্থা কৰা৷
এই হাস্পতালসমূহ ক’ভিডৰ বাহিৰে অন্যান্য ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ ক’ভিড ৰোগীৰ চিকিৎসা কৰা বিছনাসমূহত তেনে ৰোগী ৰখা নহয়৷
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে এক পৰ্যায়ভিত্তিক দৃষ্টিভংগী অনুসৰণ কৰাৰ লগতে ৰাজ্যসমূহক ক’ভিডৰ নামৰ সমৰ্পিত হাস্পতালৰ সংখ্যা বৃদ্ধি কৰাৰ কামত তত্বাৱধান কৰিছে৷ ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰসমূহক প্ৰয়োজনীয় আইছ’লেচন, অক্সিজেন সমৰ্থিন বিছনা আৰু আইচিইউ বিছনা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে৷
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা তথ্যমতে ক’ভিড ৰোগীৰ নামত সমৰ্পিত হাস্পতালৰ সুবিধাসমূহ ১৮ ছেপ্টেম্বৰ, ২০২০লৈকে নিম্নোলিখিত ধৰণ-
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম
|
সুবিধাৰ সংখ্যা
|
মুঠ আইছ’লেচন বিছনা (আইচিইউ বিছনা বাদ দি)
|
নিশ্চিত আক্ৰান্তৰ বাবে আইছ’লেচন বিছনা
|
সন্দেহজন ৰোগীৰ বাবে আইছ’লেচন বিছনা
|
অক্সিজেনৰ সুবিধাযুক্ত বিছনা
|
মুঠ আইচিইউ বিছনা
|
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
|
২৩
|
১১৭৩
|
৯১৫
|
২৫৮
|
১৬৫
|
২৪
|
অন্ধ্ৰপ্ৰদেশ
|
৫৮১
|
১০২৮৬৭
|
৮৫৭৭৭
|
১৬৬০৭
|
১৬৯০২
|
৪৮৪৬
|
অৰুণাচল প্ৰদেশ
|
১০৪
|
২৮৫৪
|
১৪৪৯
|
১৪০৩
|
১৭২
|
৬২
|
অসম
|
৩৮৭
|
৩০৫৫৮
|
২৪৭৮৪
|
৫৭৪৬
|
১৬৮২
|
৩৯৬
|
বিহাৰ
|
৩৫৭
|
৩৬৬১৭
|
২৮৪৪০
|
৮১৭৩
|
৬৮১৪
|
৬৫০
|
চণ্ডীগড়
|
২১
|
৩৪৩৯
|
২৭৮৯
|
৬৫০
|
৮৮৫
|
১১৩
|
চত্তীশশগড়
|
২২৮
|
২২২৩১
|
১৮০১৩
|
৪২১৮
|
১৫৪৪
|
৭২২
|
দাদৰা আৰু নগৰহাভেলী
|
৫
|
১১৯০
|
৬২৮
|
৫৬০
|
২০০
|
৪৬
|
দমন আৰু ডিউ
|
৭
|
৫৫৯
|
২২৯
|
৩৩০
|
১৩৯
|
২১
|
দিল্লী
|
১৬২
|
২৫৭১৯
|
১৯৯২৯
|
৫৭৯০
|
১০০২৩
|
২৬১৭
|
গোৱা
|
৪৫
|
১৬৭৮
|
১৪১০
|
২৬৮
|
১৭৮
|
১৩৪
|
গুজৰাট
|
৭১৮
|
৪৯৯৭২
|
৩৮৭৪১
|
১১৪১০
|
১৪৭০৮
|
৪৯৪২
|
হাৰিয়ানা
|
৮০১
|
৫৬২৮৬
|
২৭৯০৫
|
২৮৩৮১
|
৫৯৮৫
|
২২২৭
|
হিমাচল প্ৰদেশ
|
৬৬
|
৩৪১৩
|
৩১০৯
|
৩০৪
|
৭৬৩
|
৮৬
|
জম্মু আৰু কাশ্মীৰ
|
২৯৭
|
২৩১২২
|
১৯০৫৮
|
৪৩৬৪
|
৩২১৩
|
৪৩৬
|
ঝাৰখণ্ড
|
২৭৯
|
১৭৭৯৭
|
১৩৮৮৫
|
৪০১৪
|
৩১৮৫
|
৩৯৩
|
কৰ্ণাটক
|
১৮০৯
|
১৩৮৭২৫
|
৯২৭৮০
|
৪৬৫১৫
|
১৭১৬২
|
৪৯৬৩
|
কেৰালা
|
৩২৭
|
৩৯৬৯৮
|
২৫৮৩৮
|
১৩৮৬০
|
৪০৮২
|
২৮২২
|
লাডাখ
|
৫
|
২৭৬
|
২৪৬
|
৩০
|
১০৯
|
৩৭
|
লাক্ষাদীপ
|
১১
|
১০২
|
৪৪
|
৫৮
|
২১
|
১৪
|
মধ্যপ্ৰদেশ
|
৯৩৯
|
৭০০৯৪
|
৩৭২৩৩
|
৩২৮৬১
|
১৪৬১৬
|
২৬৭৩
|
মহাৰাষ্ট্ৰ
|
৩৩২৮
|
৩৫০৩৪০
|
২০০২৬৬
|
১৪৯৯১৭
|
৫৬৭৩৭
|
১৪৮৬৬
|
মনিপুৰ
|
৩৮
|
২৪৭১
|
২৩১৫
|
১৫৬
|
৩৫৮
|
৪৭
|
মেঘালয়
|
৫৮
|
২২১২
|
১৫৫২
|
৬৬০
|
৩৪৫
|
৮৩
|
মিজোৰাম
|
৫৮
|
২৭৩১
|
২৩৭০
|
৩৬১
|
৩০৮
|
৪৪
|
নাগালেণ্ড
|
১৪
|
৬৮১
|
৫৩৬
|
১৪৫
|
১৪২
|
৫৪
|
ওড়িশা
|
২৪৬
|
৩০২০৬
|
১৭০৮৮
|
১৩১১৮
|
৪১২৯
|
৫৫৪
|
পুডুচেৰী
|
১৭
|
১৩১৮
|
৯০১
|
৪২৭
|
৩৩৯
|
১১০
|
পাঞ্জাৱ
|
২৮৪
|
২৬৮০৫
|
১৪১৮৭
|
১২৬৪৮
|
৪২৬৬
|
১৬৪৩
|
ৰাজস্থান
|
৪১৭
|
৪৩২০৬
|
২৬৩৬৫
|
১৬৮১৭
|
৮৪৪৯
|
১৭৯৭
|
ছিকিম
|
১৪
|
১০৬৫
|
৮৪২
|
২২৩
|
২২৯
|
২০
|
তামিলনাডু
|
১২৫৯
|
১৯১৩০১
|
১২৭১৬২
|
৬৪১৮৯
|
২৫৪০৯
|
৮৪৩৯
|
তেলেংগানা
|
৫৬
|
১৫৬০৪
|
১৪৮১৪
|
৭৯০
|
২৭৯৪
|
১৭৮২
|
ত্ৰিপুৰা
|
২৭
|
২০৫৮
|
১৮৫৬
|
২০২
|
২৩০
|
৭৪
|
উত্তৰপ্ৰদেশ
|
৭৫৭
|
১৫৪৪২৮
|
১৫০৩৮৪
|
৪০৪৪
|
১১৪১৩
|
৪২৫৬
|
উত্তৰাখণ্ড
|
৪৩৪
|
৩০৬৩৫
|
১৯৮৬৪
|
১০৭৭১
|
২১৭৪
|
৪৮১
|
পশ্চিমবংগ
|
১২২৪
|
৭০৫৯১
|
১৪১২৭
|
৫৬৪৬৫
|
১২৬৩৫
|
১২৮৪
|
ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী চৌবেই এই তথ্য সদৰি কৰে৷
****
MV/SJ/DB
(Release ID: 1657146)
Visitor Counter : 219