তীখা মন্ত্ৰালয়
পূব ভাৰতত তীখাৰ উৎপাদন বৃদ্ধি
प्रविष्टि तिथि:
16 SEP 2020 1:07PM by PIB Guwahati
উৰিষ্যা, ঝাৰখণ্ড, চত্তীশগড়, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশত সমন্বিত তীখা কেন্দ্ৰৰ বৰ্ধিত উত্থানক সাঙুৰি তীখা মন্ত্ৰালয়ে ‘পূৰ্বোদয়’ নামৰ এক কাৰ্যসূচী মুকলি কৰিছে। পূৰ্বোদয়ৰ লক্ষ্য হ’ল গ্ৰীণ ফিল্ড আৰু ব্ৰাউন ফিল্ড তীখা প্ৰকল্প স্থাপন আৰু আন্তঃগাথনি উন্নত কৰি দেশৰ পূব প্ৰান্তৰ ৰাজ্যসমূহৰ উন্নয়নত মনোনিৱেশ কৰা।
কেন্দ্ৰীয় তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ৰাজ্য সভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে।
****
YKB/TFK/MS
(रिलीज़ आईडी: 1655426)
आगंतुक पटल : 122