প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 SEP 2020 8:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

ৰাজস্থানৰ কোটাত এখন নাও ডুব যোৱা ঘটনাই পীড়িত কৰিছে। যিসকল লোকে তেওঁলোকৰ নিকটাত্মীয় আৰু আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জনাইছোঁ

 

 *******************************************************

VRRK/SH/KG

 


(रिलीज़ आईडी: 1655320) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam