প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাখী বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 AUG 2020 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাখী বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “পবিত্ৰ ৰাখী বন্ধন উপলক্ষে সমগ্ৰ দেশবাসীক বহুত বহুত শুভকামনা জনাইছো৷”
***
VRRK/SH/DB
(ৰিলিজ আই ডি : 1643167)
অতিথি কক্ষ : 159
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam