পোষ্ট কৰা হৈছে:
14 APR 2020 10:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি এইদৰে কয়, ‘‘বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক তেওঁৰ জয়ন্তীত সমগ্ৰ দেশবাসীৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷’’
***
VRRK/SH/MANN