প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাবু জগজীৱন ৰামৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 05 APR 2020 11:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবু জগজীৱন ৰামৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাই এইদৰে কয়, ‘‘দুখীয়া, বঞ্চিত আৰু পীড়িতসকলৰ অধিকাৰৰ বাবে সংঘৰ্ষ কৰা স্বতন্ত্ৰসা সেনানী বাবু জগজীৱন ৰামৰ জয়ন্তীত তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷’’

*****

VRRK/KP/MANN


(रिलीज़ आईडी: 1611304) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada