গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে হোৱা লকডাউনৰ সময়ত সমগ্ৰ দেশতে অবিৰতভাৱে খাদ্যশস্যৰ যোগান চলি থাকিব বুলি ভাৰতীয় খাদ্য নিগমৰ আশ্বাস
আজি মুঠ ৬৯ টা ৰে’লগাড়ীৰ ৰেকত সামগ্ৰী উঠোৱা হয়, ২৪ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰেপৰা মুঠ ১৩.৩৬ লাখ মেট্ৰিকটনৰ খাদ্য সামগ্ৰী কঢ়িওৱা ৪৪৭ টা ৰেক ইতিমধ্যে পঠিওৱা হৈছে
Posted On:
03 APR 2020 6:23PM by PIB Guwahati
ভাৰতীয় খাদ্য নিগমে লকডাউনৰ সময়ত সমগ্ৰ দেশতে অবিৰতভাৱে খাদ্যশস্যৰ যোগান চলি থাকিব বুলি আশ্বাস প্ৰদান কৰিছে। ভাৰতীয় খাদ্য নিগমে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনমতে প্ৰয়োজনীয় প্ৰতি মাহে প্ৰতিজন হিতাধিকাৰীৰ বাবে ৫ কিলোগ্ৰামকৈ খাদ্যশস্যৰ যোগান ধৰিবলৈ সাজু হোৱাতে ক্ষান্ত নহয়, বৰং অতিৰিক্তভাৱে অহা তিনিমাহৰ বাবে প্ৰধানমন্ত্ৰীৰ দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনৰ ৮১.৩৫ কোটি মানুহক প্ৰতি মাহে প্ৰতিজন হিতাধিকাৰীৰ বাবে ৫ কিলোগ্ৰামকৈ খাদ্যশস্যৰ যোগান ধৰিবলৈকো সাজু হৈ আছে। ০২.০৪.২০২০ তাৰিখলৈকে ভাৰতীয় খাদ্য নিগমৰ ওচৰত ৫৬.২৪ নিযুত মেট্ৰিকটন খাদ্যশস্য (৩০.৬৪ নিযুত মেট্ৰিকটন চাউল আৰু ২৪.৬ নিযুত মেট্ৰিকটন ঘেঁহু) মজুত আছে।
ভাৰতীয় খাদ্য নিগমে প্ৰধানতঃ ৰে’লসেৱাৰ জৰিয়তে সমগ্ৰ দেশতে বৰ্দ্ধিত চাহিদা অনুসৰি চাউল আৰু ঘেঁহু যোগান দিয়াটো খৰতকীয়া কৰিব পাৰিছে। আজি ০৩.০৪.২০২০ তাৰিখে মুঠ ৬৯ টা ৰে’লগাড়ীৰ ৰেকত ১.৯৩ লাখ মেট্ৰিকটনৰ সামগ্ৰী উঠোৱা হৈছে। ২৪ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰেপৰা মুঠ ১৩.৩৬ লাখ মেট্ৰিকটনৰ খাদ্য সামগ্ৰী কঢ়িওৱা ৪৪৭ টা ৰেক ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা পঠিওৱা হৈছে।
ক্ৰ. নং
|
ৰাজ্য
|
চাউল
|
ঘেঁহু
|
মুঠ
|
|
|
ৰেকৰ সংখ্যা
|
পৰিমাণ (লাখ মেট্ৰিকটনত)
|
ৰেকৰ সংখ্যা
|
পৰিমাণ (লাখ মেট্ৰিকটনত)
|
ৰেকৰ সংখ্যা
|
পৰিমাণ (লাখ মেট্ৰিকটনত)
|
১
|
পঞ্জাৱ
|
১১৪
|
৩.১৯
|
১০৮
|
৩.০২
|
২২২
|
৬.২২
|
২
|
হাৰিয়ানা
|
৩৪
|
০.৯৫
|
৫৯
|
১.৬৫
|
৯৩
|
২.৬০
|
৩
|
উত্তৰাখণ্ড
|
৬
|
০.১৭
|
০
|
০
|
৬
|
০.১৭
|
৪
|
অন্ধ্ৰ প্ৰদেশ
|
১৫
|
০.৪২
|
০
|
০
|
১৫
|
০.৪২
|
৫
|
তেলেঙ্গানা
|
৫৩
|
১.৪৮
|
০
|
০
|
৫৩
|
১.৪৮
|
৬
|
মধ্য প্ৰদেশ
|
০
|
০
|
৩৩
|
০.৯২
|
৩৩
|
০.৯২
|
৭
|
ছত্তীশগড়
|
২৮
|
০.৭৮
|
০
|
০
|
২৮
|
০.৭৮
|
৮
|
উৰিষ্যা
|
২৭
|
০.৭৬
|
০
|
০
|
২৭
|
০.৭৬
|
|
মুঠ
|
২৭৭
|
৭.৭৬
|
২০০
|
৫.৬০
|
৪৭৭
|
১৩.৩৬
|
লকডাউনৰ সময়ত খাদ্যশস্য প্ৰেৰণ কৰা ৰাজ্যসমূহ হৈছেঃ
ক্ৰ. নং
|
ৰাজ্য
|
চাউল
|
ঘেঁহু
|
মুঠ
|
|
|
ৰেকৰ সংখ্যা
|
পৰিমাণ (লাখ মেট্ৰিকটনত)
|
ৰেকৰ সংখ্যা
|
পৰিমাণ (লাখ মেট্ৰিকটনত)
|
ৰেকৰ সংখ্যা
|
পৰিমাণ (লাখ মেট্ৰিকটনত)
|
১
|
বিহাৰ
|
৪৭.৫
|
০.৩৮
|
১৩.৫
|
১.৩৩
|
৬১
|
১.৭১
|
২
|
ঝাৰখণ্ড
|
৬
|
০.৭১
|
২৫.৫
|
০.১৭
|
৩১.৫
|
০.৮৮
|
৩
|
উৰিষ্যা
|
১
|
০
|
০
|
০.০৩
|
১
|
০.০৩
|
৪
|
পশ্চিমবঙ্গ
|
৪৮
|
০.০৮
|
৩
|
১.৩৭
|
৫১
|
১.৪৩
|
৫
|
উত্তৰ-পূৰ্বাঞ্চল
|
২.৭৫
|
০.৯৩
|
৩৩.২৫
|
০.০৮
|
৩৬
|
১.০১
|
৬
|
জম্মু-কাশ্মীৰ
|
০
|
০.০৮
|
৩
|
০
|
৩
|
০.০৪
|
৭
|
ৰাজস্থান
|
১
|
০
|
০
|
০.০৩
|
১
|
০.০৩
|
৮
|
উত্তৰ প্ৰদেশ
|
৪৯
|
০.৩১
|
১১
|
১.৩৭
|
৬০
|
১.৬৮
|
৯
|
উত্তৰাখণ্ড
|
২
|
০
|
0
|
০.০৬
|
২
|
০.০৬
|
১০
|
তেলেঙ্গানা
|
২
|
০
|
০
|
০.০৬
|
২
|
০.০৬
|
১১
|
কৰ্ণাটক
|
৬
|
১.০৪
|
৩৭
|
০.১৭
|
৪৩
|
১.২০
|
১২
|
কেৰেলা
|
৫
|
০.৫৬
|
২০
|
০.১৪
|
২৫
|
০.৭০
|
১৩
|
তামিলনাডু
|
২
|
০.৬৭
|
২৪
|
০.০৬
|
২৬
|
০.৭৩
|
১৪
|
গুজৰাট
|
১৩
|
০.৪৮
|
১৭
|
০.৩৬
|
৩০
|
০.৮৪
|
১৫
|
মহাৰাষ্ট্ৰ
|
৮
|
০.৫০
|
১৮
|
০.২২
|
২৬
|
০.৭৩
|
|
মুঠ
|
১৯৩.৩
|
৫.৭৮
|
২০৫.৩
|
৫.৪১
|
৩৯৮.৫
|
১১.৬
|
মুক্ত বজাৰ বিক্ৰী আঁচনিৰ অধীনত সূচীৱদ্ধ ৰোলাৰ মিল বা ৰাজ্য চৰকাৰক ঘেঁহু যোগান সুচল কৰিবৰ বাবে ই-নিলাম অনুষ্ঠিত কৰিছে। শেহতীয়াকৈ ৩১.০৩.২০২০ তাৰিখে অনুষ্ঠিত ই-নিলামত ১.৪৪ লাখ মেট্ৰিকটন ঘেঁহুৰ ডাক লাভ কৰিছে।
ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়ত নিয়মিত ই-নিলামৰ বাদেও জিলাৰ উপায়ুক্তসকলক ভাৰতীয় খাদ্য নিগমৰ গোদামৰপৰা পোনপটীয়াভাৱে মুক্ত বজাৰ বিক্ৰী আঁচনিৰদ্বাৰা নিৰ্ধাৰিত দৰত ঘেঁহু লৈ ৰোলাৰ মিল বা অন্যান্য ঘেঁহুৰ সামগ্ৰী তৈয়াৰ কৰা প্ৰতিষ্ঠানত দিয়াৰ অনুমতি দিয়া হৈছে। এতিয়ালৈকে ১০০১৪৭ মেট্ৰিকটন ঘেঁহু তলত দিয়া ৰাজ্যসমূহৰ বাবে নিৰ্দিষ্ট কৰা হৈছেঃ
ক্ৰ. নং
|
ৰাজ্য
|
পৰিমাণ (মেট্ৰিকটনত)
|
১
|
উত্তৰ প্ৰদেশ
|
৩৫৬৭৫
|
২
|
বিহাৰ
|
২৩৮৮০
|
৩
|
পঞ্জাৱ
|
19746
|
৪
|
হিমাচল প্ৰদেশ
|
১১৫০০
|
৫
|
হাৰিয়ানা
|
৪৮৫৯
|
৬
|
ঝাৰখণ্ড
|
১৮৫০
|
৭
|
গোৱা
|
১১০০
|
৮
|
উত্তৰাখণ্ড
|
৮১৩
|
৯
|
ৰাজস্থান
|
৬৮৪
|
১০
|
ছত্তীশগড়
|
৪০
|
লগতে চাউলৰ যোগান সুচল কৰিবৰ বাবেও ই-নিলাম অনুষ্ঠিত হৈছে। শেহতীয়াকৈ ৩১.০৩.২০২০ তাৰিখে অনুষ্ঠিত ই-নিলামত তেলেঙ্গানা, তামিলনাডু, জম্মু-কাশ্মীৰ আদি ৰাজ্যৰপৰা ৭৭০০০ মেট্ৰিকটন চাউলৰ ডাক লাভ কৰিছে।
তদুপৰি জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক মুক্ত বজাৰ বিক্ৰী আঁচনিৰ অধীনত ই-নিলামত অংশ গ্ৰহণ নকৰাকেও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনে ধাৰ্য কৰাতকৈ অতিৰিক্ত পৰিমাণত প্ৰতি কিলোগ্ৰামত ২২ টকাকৈ চাউল ক্ৰয় কৰাৰ অনুমতি প্ৰদান কৰিছে আৰু প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ বাবেও চাউল ধাৰ্য কৰা হৈছে। এতিয়ালৈকে তলত উল্লিখিত সাতখন ৰাজ্যৰ বাবে ৯৪৭৬৭ মেট্ৰিকটন চাউল ধাৰ্য কৰা হৈছেঃ
ক্ৰ. নং
|
ৰাজ্য
|
পৰিমাণ (মেট্ৰিকটনত)
|
১
|
তেলেঙ্গানা
|
৫০০০০
|
২
|
অসম
|
১৬১৬০
|
৩
|
মেঘালয়
|
১১৭২৭
|
৪
|
মণিপুৰ
|
১০০০০
|
৫
|
গোৱা
|
৪৫০০
|
৬
|
কেৰেলা
|
১৩৮০
|
৭
|
অৰুণাচল প্ৰদেশ
|
১০০০
|
*****
APS/PK/MS/PRK
(Release ID: 1610887)
Visitor Counter : 136