প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 01 APR 2020 10:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, মান্যবৰ ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷ সমাজৰ প্ৰতি তেওঁৰ অৱদানে সদায়ে আমাক অনুপ্ৰাণিত কৰি আহিছে৷৷

***

VRRK/SH/DB


(ৰিলিজ আই ডি : 1609907) অতিথি কক্ষ : 134