তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৰাজ্য চৰকাৰক অতিৰিক্ত চিকিৎসা সুবিধাৰ বাবে বিত্তীয় সুবিধা যোগানৰ নিৰ্দেশ কেন্দ্ৰ চৰকাৰৰ

Posted On: 24 MAR 2020 3:25PM by PIB Guwahati

কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰসমূহক ভিড-১৯ৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ অতিৰিক্ত চিকিৎসা সুবিধা যেনে চিকিৎসালয়, ক্লিনিকেল লেব, আচুতীয়া কক্ষ স্থাপন, বিদ্যমান সুবিধাৰ প্ৰসাৰণ অথবা উত্তৰণৰ বাবে বিত্তীয় সুবিধা আৱণ্টিত কৰিবলৈ নিৰ্দেশ দিছে৷ এই সুবিধাসমূহত ভেণ্টিলেটৰ, ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি (পিপিই), মাস্ক আৰু ৰোগীৰ চিকিৎসাৰ বাবে ঔষধসমূহ অন্তৰ্ভুক্ত থকাটো প্ৰয়োজন৷

 

SS/MANN



(Release ID: 1607919) Visitor Counter : 94