প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাসকলৰ সম্ভ্ৰম আৰু সুৰক্ষাক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি উল্লেখ প্ৰধানমন্ত্ৰীৰ, সেয়া সুনিশ্চিত কৰাৰ আহ্বান
পোষ্ট কৰা হৈছে:
20 MAR 2020 12:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে মহিলাসকলৰ সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব ৰাখিহে দেশ নিৰ্মাণ হ’ব লাগে, য’ত সমানতা আৰু সমান সুযোগৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়।
তেওঁ এক টুইটযোগে কয়, ‘আমাৰ নাৰী শক্তিয়ে প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে।’
ন্যায়ৰ জয় হোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি মহিলাৰ সম্ভ্ৰম আৰু সুৰক্ষা নিশ্চিত কৰাটো অতিকৈ আৱশ্যকীয় বুলি কয়।
****
VRRK/KP/RD
(ৰিলিজ আই ডি : 1607458)
অতিথি কক্ষ : 124
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam