প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 12 MAR 2020 9:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা টেলিফোন কল লাভ কৰে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণ সম্পৰ্কে আলোচনা কৰে৷ তাৰোপৰি দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত গোলকীয় পৰিস্থিতি সম্পৰ্কে মত বিনিময়ো কৰে৷

***

VRRK/AK/MANN



(Release ID: 1606201) Visitor Counter : 61