প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰেৰণাদায়ী মহিলাসকললৈ ছ’চিয়েল মিডিয়া একাউণ্টবোৰ উছৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Posted On: 03 MAR 2020 12:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক নাৰী দিৱসৰ দিনা তেওঁৰ আটাইবোৰ ছ’চিয়েল মিডিয়া একাউণ্ট প্ৰেৰণাদায়ী মহিলাসকললৈ উছৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয়, “আগন্তুক নাৰী দিৱসৰ দিনা মই মোৰ ছ’চিয়েল মিডিয়া একাউণ্টছবোৰ সেইসকল নাৰীলৈ উছৰ্গা কৰিম, যিসকল নাৰীৰ জীৱন আৰু কৰ্মৰাজিয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰে। এই পদক্ষেপে দেশৰ অন্যান্য লক্ষ লক্ষ নাৰীক জীৱন যুঁজত সাহসেৰে আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা যোগাব। আপুনিও তেনে এগৰাকী নাৰী নেকি, অথবা আপুনি তেনে কোনো নাৰীক চিনি পায় নেকি? তেনে কাহিনী আমাক জনাওক #SheInspiresUs ব্যৱহাৰ কৰি।”

This Women's Day, I will give away my social media accounts to women whose life & work inspire us. This will help them ignite motivation in millions.

Are you such a woman or do you know such inspiring women? Share such stories using #SheInspiresUs. pic.twitter.com/CnuvmFAKEu

— Narendra Modi (@narendramodi) March 3, 2020

***

VRRK/ VJ/RD



(Release ID: 1605320) Visitor Counter : 77