প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেন্দ্ৰীয় বাজেট ২০২০ৰ বাবে বিভিন্ন পৰামৰ্শ বিচাৰি প্ৰধানমন্ত্ৰীৰ আবেদন

Posted On: 09 JAN 2020 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইগভত কেন্দ্ৰীয় বাজেট ২০২০ৰ প্ৰাক্ মুহূৰ্তত বিভিন্নজনৰ পৰা পৰামৰ্শ বিচাৰি আহ্বান জনাইছে৷

তেওঁ কয়, ‘‘কেন্দ্ৰীয় বাজেটে ১৩০ কোটি ভাৰতীয়ৰ প্ৰত্যাশাক প্ৰতিনিধিত্ব কৰে আৰু ইয়াতে ভাৰতৰ বিকাশৰ পথ সজ্বিত হয়৷ মাইগভত মই সকলোকে এই বৰ্ষৰ বাজেটৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছো৷’’

***

VRRK/AK/MANN



(Release ID: 1599112) Visitor Counter : 60