পোষ্ট কৰা হৈছে:
09 NOV 2019 8:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে উত্তৰাখণ্ডবাসীক শুভেচ্ছা জনায়৷
প্ৰধানমন্ত্ৰীয়ে কয়, “উন্নয়নৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰা দেৱভূমি উত্তৰাখণ্ডত বসবাস কৰা সকলোকে ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো৷”
***
VRRK/KP/DB