প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে

प्रविष्टि तिथि: 07 NOV 2019 7:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্ৰীমান শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

ইউএইৰ ৰাষ্ট্ৰপতি শ্ৰীমান শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো৷ মই বিশ্বাসী যে তেওঁৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বৰ অধীনত আমাৰ বন্ধুত্ব আৰু ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক বৃদ্ধি আৰু প্ৰসাৰিত হ’ব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/SH/MS


(रिलीज़ आईडी: 1591262) आगंतुक पटल : 98
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati