প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰা অভিজিৎ বেনাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 14 OCT 2019 8:55PM by PIB Guwahati

অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰা অভিজিৎ বেনাৰ্জীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

আলফ্ৰেড ন’বেলৰ সোঁৱৰণত অৰ্থনীতি বিজ্ঞানত ২০১৯ৰ সন্মানীয় ছেৰিগেজ ৰিক্সবেংক বঁটা লাভ কৰাৰ বাবে অভিজিৎ বেনাৰ্জীক অভিনন্দন জ্ঞাপন কৰিছো৷ দৰিদ্ৰতা দূৰীকৰণত তেওঁ উল্লেখনীয় অৱদান আগবঢ়াইছে৷ মই লগতে সন্মানীয় ন’বেল বঁটা লাভ কৰা ইষ্টাৰ ডাফলো আৰু মাইকেল ক্ৰেমাৰকো শুভেচ্ছা জনাইছো৷",—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/SH/MS



(Release ID: 1588223) Visitor Counter : 66