প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বায়ু সেনা কৰ্মচাৰীৰ মুৰব্বীয়ে আয়োজন কৰা ‘এট হোম’ অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
09 OCT 2019 7:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বায়ু সেনা ভৱনত আজি বায়ু সেনা কৰ্মচাৰীৰ মুৰব্বীয়ে আয়োজন কৰা ‘এট হোম’ শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷
এই উপলক্ষে প্ৰদৰ্শিত ‘ভাৰতীয় বায়ুসেনাৰ অভিনৱ প্ৰদৰ্শন’ শীৰ্ষক এক প্ৰদৰ্শনী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই প্ৰদৰ্শনীৰ মুল বিষয়বস্তু আছিল অভিনৱ উদ্ভাৱন আৰু স্বদেশীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা৷
প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় বায়ু সেনাৰ মাৰ্শ্বাল শ্ৰী অৰ্জন সিঙৰ স্বাৰক ডাক টিকটো মুকলি কৰে৷
***
VRRK/AK/DB
(ৰিলিজ আই ডি : 1587642)
অতিথি কক্ষ : 100